ETV Bharat / state

সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা : আহত ৬

author img

By

Published : Jun 8, 2019, 9:15 PM IST

বৰপেটাৰ সৰভোগত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৬ জনকৈ লোক আহত হোৱাৰ লগতে দুজনৰ অৱস্থা সংকটজনক । আহত কেইজনক মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে সংকটজনক দুজনক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ।

সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা : আহত ৬

উত্তৰ অভয়াপুৰী, ৮ জুন : বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কিছমৎ দ্বাৰিকাত শনিবাৰে ৪:৩০ বজাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত ৬ জনকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা এএছ ১৬ ডি ৯৯৯৯ নম্বৰৰ আই ২০ বাহন খনৰ আগ চকা ফুটি যোৱাত ডিভাইডাৰ পাৰ হৈ বিপৰীত দিশৰ পৰা অহা এএছ ১৫ চি ৫১২৩ নম্বৰৰ টাটা মেজিক এখনত খুন্দা মাৰে ।

সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা : আহত ৬

আহত সকলক ততাতৈয়াকৈ স্থানীয় ৰাইজে মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱায় যদিও সংকটজনক অৱস্থাত থকা দুজনক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে, এই ভয়ংকৰ দুৰ্ঘটনাত আই ২০ বাহন খনৰ ইঞ্জিন খুলি ৩০ মিটাৰ দূৰৈত চিটিকি পৰে ।

Intro:সৰভোগৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰ ভাৱে আহত ৬ জন।
দুজনৰ অৱস্থা সংকটজনক। Body:উত্তৰ অভয়াপুৰী ৮ জুনঃ আজি আবেলি ৪-৩০ বজাত বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কিছমৎ দ্বাৰিকাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এ এছ - ১৬ ডি ৯৯৯৯ আই২০ নামৰ চাৰিচকীয়া বাহনৰ আগ চকা ফুটি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰ পাৰ হৈ গৈ বিপৰীত দিশৰ পৰা অহা এ এছ ১৫ চি ৫১২৩ নম্বৰৰ টাটা মেজিক বাহনত খুন্দিয়াৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দূৰ্ঘটনাটোত ৬ জন লোক গুৰুতৰ ভাৱে আহত হয়। জানিব পৰা মতে আহত সকলক ততাতৈয়াকৈ স্হানীয় ৰাইজে মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি ভৰ্তি কৰায় যদিওঁ দুজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।উল্লেখ্য যে দূৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে আই ২০ বাহন খনৰ ইঞ্জিন খুলি ৩০ মিটাৰ দুৰৈৰ খেতি পথাৰত চিটিকি পৰে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.