জনীয়া, ১৫ জুলাই : ৰাজ্যত অব্যাহত থকা বানৰ সংহাৰী ৰূপৰ মাজতে দেওবাৰে জনীয়াৰ বানপীড়িত ৰাইজৰ মাজত উপস্থিত হয় নেচনেল পিপল পাৰ্টীৰ এটি পাঁচজনীয়া সঁজাতি দল । নেচনেল পিপলচ পাৰ্টীৰ আহ্বায়ক দিলীপ বৰাৰ নেতৃত্বত যোৱা দলটোৱে জনীয়া বিধান সভা সমষ্টিৰ কাছুকাটি, শওপুৰ মজিদভিটা, ৰুভী, বনগুগী এলেকা ভ্ৰমণ কৰি বানাক্ৰান্ত লোকৰ বুজ লোৱাৰ লগতে তেওলোকৰ মাজত বিতৰণ কৰে সাহাৰ্য্য । যি সময়ত শাসকীয় দলৰ নিৰ্লিপ্ত ভূমিকাই বানাক্ৰান্ত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে তেনে সময়ত ৰাইজৰ বেয়া দিনত ৰাইজৰ দুখৰ সমভাগী হৈ বানাক্ৰান্ত লোকৰ মাজত আহি সাহাৰ্য বিতৰণ কৰা কাৰ্যক ৰাইজে শলাগ লৈছে ।
বানবিধ্বস্ত জনীয়াত এন পি পিৰ সাহাৰ্য বিতৰণ - Barpeta
ৰাজ্যিক পৰ্যায়ৰ এটি সঁজাতি দলে ভ্ৰমণ কৰিলে সমষ্টিটোৰ বানে ধোৱা অঞ্চল । বানাক্ৰান্তৰ ৰাইজৰ লগত কৰিলে মত বিনিময় ।
জনীয়া, ১৫ জুলাই : ৰাজ্যত অব্যাহত থকা বানৰ সংহাৰী ৰূপৰ মাজতে দেওবাৰে জনীয়াৰ বানপীড়িত ৰাইজৰ মাজত উপস্থিত হয় নেচনেল পিপল পাৰ্টীৰ এটি পাঁচজনীয়া সঁজাতি দল । নেচনেল পিপলচ পাৰ্টীৰ আহ্বায়ক দিলীপ বৰাৰ নেতৃত্বত যোৱা দলটোৱে জনীয়া বিধান সভা সমষ্টিৰ কাছুকাটি, শওপুৰ মজিদভিটা, ৰুভী, বনগুগী এলেকা ভ্ৰমণ কৰি বানাক্ৰান্ত লোকৰ বুজ লোৱাৰ লগতে তেওলোকৰ মাজত বিতৰণ কৰে সাহাৰ্য্য । যি সময়ত শাসকীয় দলৰ নিৰ্লিপ্ত ভূমিকাই বানাক্ৰান্ত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে তেনে সময়ত ৰাইজৰ বেয়া দিনত ৰাইজৰ দুখৰ সমভাগী হৈ বানাক্ৰান্ত লোকৰ মাজত আহি সাহাৰ্য বিতৰণ কৰা কাৰ্যক ৰাইজে শলাগ লৈছে ।
জনীয়া, ১৫ জুলাই: জনীয়াৰ কাছুকাটি, শওপুৰ, মজিদভিটা বানাক্ৰান্ত লৈ এন পি পিৰ সাহাৰ্য বিতৰণ।Body:slug: as_jania_15jul_npp_relief_by_food_vis2+byt2_story_asc10058
সমগ্র ৰাজ্যখনত বানে বিভীষিকা ময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়ত এন পি পি ৰাইজৰ কাষত থিয় দিয়া পৰিলক্ষিত হৈছে। নেচনেল পিপলচ পাৰ্টীৰ আহ্বায়ক দিলীপ বৰা, ৰাজ্যিক পৰ্যায়ৰ নেতা আবুল হুছেইন, যুৱ নেতা লাচিত বৰা, এন পি পি ভুপেন বৰা, ৰাজ্যিক পৰ্যায়ৰ নেতা চান মামুদৰ নেতৃত্বত এটি সজাতি দলে জনীয়া বিধান সভা সমষ্টিৰ কাছুকাটি, শওপুৰ মজিদভিটা, ৰুভী, বনগুগী এলেকাৰ বানাক্ৰান্ত লোকৰ বুজ লয় । ৰাজ্যিক নেতা সকলে বানত উদ্বাস্তূ লোকৰ সৈতে মত বিনিময় কৰাৰ লগতে বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। শাসকীয় দলে নিৰ্লিপ্ত ভুমিকা লোৱাৰ সময়ত এন পি পিয়ে জনীয়া সমষ্টিৰ বানাক্ৰান্ত লোকৰ মাজত আহি সাহাৰ্য বিতৰণ কৰা কাৰ্যক ৰাইজে শলাগ লৈছে।Conclusion:slug: as_jania_15jul_npp_relief_by_food_vis2+byt2_story_asc10058
বাইট: আহ্বায়ক দিলীপ বৰা, চান মামুদৰ মন্তব্য।
স্বফিকুল হাছান, জনীয়া।