ETV Bharat / state

লুৰিণক আক্ৰমণৰ ঘটনাক লৈ বৰপেটাত প্ৰতিবাদ

author img

By

Published : Mar 2, 2021, 9:07 PM IST

Updated : Mar 2, 2021, 11:06 PM IST

লুৰিণজ্যোতি গগৈক আক্ৰমণক কেন্দ্ৰ কৰি অসম জাতীয় পৰিষদে মঙলবাৰে ৰাজ্যজুৰি গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যিক কমিতিৰ আহ্বানমৰ্মে বৰপেটাতো অসম জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷

Protest in Barpeta over The Incident of The Attack on Lurinjyoti gogoi
লুৰিণক আক্ৰমণৰ ঘটনাক লৈ বৰপেটাত প্ৰতিবাদ

বৰপেটা, ২ ফেব্ৰুৱাৰী: অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক আক্ৰমণক কেন্দ্ৰ কৰি অসম জাতীয় পৰিষদে মঙলবাৰে ৰাজ্যজুৰি গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যিক কমিতিৰ আহ্বানমৰ্মে বৰপেটাতো অসম জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ এজেপিৰ বৰপেটা জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

এই ঘটনাৰ লগত বিজেপিৰ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ন ডেকাৰ জড়িত থকা অভিযোগ উত্থাপন কৰে এজেপি কৰ্মী সকলে ৷ প্ৰতিবাদস্থলীৰ পৰা লুৰিণজ্যোতি গগৈ আক্ৰমপৰ লক্ষ্য কৰি লোৱা অভিযুক্ত সকলো উচিত শাস্তি প্ৰদাণ কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক: লহপহীয়া হাতেৰে এটি কলি দুটি পাত ছিঙিলে প্ৰিয়ংকাই

Last Updated : Mar 2, 2021, 11:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.