ETV Bharat / state

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল বৰপেটা

ৰপেটা আঞ্চলিক ছাত্ৰ সন্থা আৰু পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰীয়ে বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে বৰপেটা চহৰত সমদল বাহিৰ কৰি পাচ আলীৰ চ'কত সমবেত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ প্ৰতিকৃতি দাহ কৰে

বৰপেটা
ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল বৰপেটা
author img

By

Published : Dec 12, 2019, 5:30 PM IST

বৰপেটা, ১২ ডিচেম্বৰঃ বৰপেটাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা আৰু পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰীয়ে বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে বৰপেটা চহৰত সমদল বাহিৰ কৰি পাঁচ আলিৰ চ'কত সমবেত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ প্ৰতিকৃতি দাহ কৰে ৷

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল বৰপেটা

নাগৰিকৰত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায় ছাত্ৰসন্থাই কয় যে, জোৰ জুলুমকৈ অসমত নাগৰিকৰত্ব সংশোধনী বিধেয়ক জাপি দিলে অসমৰ পৰিস্থিতি ৰক্তাত্ত হ'ব বুলি চৰকাৰক সকিয়াই দিয়ে ৷

Intro:
বৰপেটা, ১২ ডিছেম্বৰঃ
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা আৰু পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীয়ে আজি নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে বৰপেটা চহৰত সমদল কৰি পাচ আলীৰ চ'কত সমবেত হৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত সাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাৰ জুমুঠি দাহ কৰে ৷ Body:প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি হায় হায় আদি ধ্বনি দি পৰিব্শ উত্তাল কৰি তোলে ৷ জাতিধ্বংসী নাগৰিকৰত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায় ছাত্ৰসন্থাই জোৰ জুলুমকৈ অসমত নাগৰিকৰত্ব সংশোধনী বিধেয়ক জাপি দিলে অসমৰ পৰিস্থিতি ৰক্তাত্ত হব বুলি চৰকাৰক সকিয়াই দিয়ে ৷

Conclusion:বাইটঃ আছু নেতা ৷
বাইট: ছাত্ৰ
--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.