বৰপেটা ২ এপ্ৰিলঃ অসম আৰোগ্য নিধিলৈ এদিনৰ দৰমহা আগবঢ়ালে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ে ৷ উপাচাৰ্য, অধ্যাপক, বিষয়া-কৰ্মচাৰী সকলোৱে আগবঢ়াব এই অনুদান ৷ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ তৰুণ চন্দ্ৰ বৰাই প্ৰকাশ কৰে এই তথ্য ৷ বৰপেটা জিলাৰ ন সত্ৰৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ওপৰিও এখন নাৰ্ছিং প্ৰতিষ্ঠান আৰু এখন ফিজিঅ'থেৰাপি প্ৰশিক্ষণ প্ৰতিষ্ঠানো আছে ৷ বিশ্ববিদ্যালয়খনৰ সকলো স্তৰ আৰু সকলো প্ৰতিষ্ঠানৰ পদাধিকাৰী সকলে এই অনুদান প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
আৰোগ্য নিধিলৈ এদিনৰ দৰমহা প্ৰদান কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ - ন সত্ৰ
বৰপেটা জিলাৰ ন সত্ৰৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ স্তৰ আৰু সকলো প্ৰতিষ্ঠানৰ পদাধিকাৰী সকলে মিলি তেওঁলোকৰ এদিনৰ দৰমহা আগবঢ়াব অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ৷