ETV Bharat / state

জনীয়াত বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলন

author img

By

Published : Feb 4, 2021, 8:43 PM IST

বৃহস্পতিবাৰে বৰপেটাৰ জনীয়াত অনুষ্ঠিত হয় বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলন । জনীয়া সমষ্টি কমিটীৰ প্ৰভাৰী দেৱব্ৰত সৰকাৰৰ সভাপতিত্বত এই সন্মিলন অনুষ্ঠিত হয় ।

বৃহস্পতিবাৰে বৰপেটাৰ জনীয়াত অনুষ্ঠিত হয় বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলন

জনীয়া, ৪ ফেব্ৰুৱাৰী: বৰপেটাৰ জনীয়া সমষ্টিৰ বালাগাঁও হাইস্কুল খেল পথাৰত বৃহস্পতিবাৰে বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলন অনুষ্ঠিত হয় । এই সন্মিলনত ১,২৫০ গৰাকী পৃষ্ঠাপ্ৰমুখ নিযুক্তি দিয়া হয় । জনীয়া সমষ্টি কমিটীৰ প্ৰভাৰী দেৱব্ৰত সৰকাৰৰ সভাপতিত্বত পৃষ্ঠাপ্ৰমুখ সন্মিলন অনুষ্ঠিত হয় ।

এই সন্মিলনত বিজেপিৰ বৰপেটাৰ জিলা সভাপতি শংকৰ চন্দৰ দাস, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সম্পাদক ছহিদুল ইছলাম, সংখ্যালঘু মৰ্চাৰ বৰপেটা জিলাৰ সভাপতি ইছমাইল হুছেইন, বৰপেটা জিলা সদস্য আব্দুল মোতলেব, জনীয়া মণ্ডল বিজেপিৰ গজেন্দ্ৰ দাস, ৰূপসী মণ্ডল বিজেপিৰ সভাপতি চন্দ্ৰকান্ত আৰ্য, মণ্ডল প্ৰভাৰী ৰাতুল শৰ্মা, জনীয়া সমষ্টিৰ সংযোজক নয়নজ্যোতি তালুকদাৰকে ধৰি কেইবাগৰাকীও বিজেপি নেতা-কৰ্মী উপস্থিত থাকে ।

আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় বিজেপি নেতাসকলে ।

লগতে পঢ়ক:চাইকেল ৰেলীৰে নিৰ্বাচনী চমক সৃষ্টিৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.