ETV Bharat / state

বেকী নদীত নাও দুৰ্ঘটনা - বেকী নদী

শুকুৰবাৰে সন্ধিয়া কুঁৱলী পৰি থকাৰ বাবে দিশহাৰা হৈ এখন নাও দুৰ্ঘটনাত পতিত হয় বেকী নৈৰ বুকুত ৷ কথমপি ৰক্ষা পৰে নাওখনত থকা আটাইকেইগৰাকী যাত্ৰীৰ ৷

boat accident in jania
boat accident in jania
author img

By

Published : Jul 11, 2020, 11:33 AM IST

জনিয়া, 11 জুলাই : শুকুৰবাৰে সন্ধিয়া বেকী নদীৰ দলঙৰ খুটাত খুন্দা খাই দুৰ্ঘটনাগ্ৰস্ত হয় এখন নাও ৷ সন্ধিয়া কুঁৱলী পৰি থকাৰ বাবে দিশহাৰা হৈ নাও খনৰ চালকে ভালকৈ মনিব নোৱাৰি দলঙৰ খুটাত খুন্দা মাৰে ৷ নাও খনত আছিল 6 গৰাকীকৈ লোক ৷ বানাক্ৰান্ত লোকৰ মাজত সাহায্য বিতৰণ কৰিবলৈ যোৱা পথতে দুৰ্ঘটনাত পতিত হয় নাওখন ৷

বেকী নদীত নাও দুৰ্ঘটনা

জনিয়াৰ চৌধুৰী বজাৰৰ পৰা গোবিন্দপুৰ গাঁও পঞ্চায়ত আৰু কইমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বানাক্ৰান্ত লোক সকলৰ বাবে সাহায্য লৈ গৈছিল লোক কেইজনে ৷ কথমপি প্ৰাণ ৰক্ষা পৰে আটাইকেইগৰাকী লোকৰ ৷ আটাইকেইগৰাকী লোকক আন এখন নাৱেৰে উদ্ধাৰ কৰা হয় যদিও, বৰ্তমানেও উদ্ধাৰ কৰিব পৰা দুৰ্ঘটনাগ্ৰস্ত নাওখন ৷ উল্লেখ্য যে এই দুৰ্ঘটনাৰ ফলত তেওঁলোকৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ পানীত উটি যায় বুলি জানিবলৈ দিয়ে যাত্ৰী সকলে ৷

লগতে পঢ়ক : একেলগে বহু কেইটা শূন্য পোৱা দল হ'ব আছু : জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.