ETV Bharat / state

বজালীত ভৃগু কাশ্যপৰ গীতৰ লহৰ

author img

By

Published : Jun 3, 2019, 12:29 PM IST

Updated : Jun 3, 2019, 6:38 PM IST

বজালীৰ বাগনা আঞ্চলিক ৰঙালী বিহুত ভৃগু কাশ্যপৰ ইটোৰ পাচত সিটো জনপ্ৰিয় গীত ৷ ভৃগুৰ মন পৰশা গীতত মন্ত্ৰমুগ্ধ বাগনাবাসী ৷

ভৃগু কাশ্যপৰ গীতৰ লহৰ

পাটাছাৰকুছি,3 জুন: বজালীৰ বাগনাত কণ্ঠশিল্পী ভৃগু কাশ্যপ ৷ প্ৰতি বছৰৰ দৰে এইবেলিও বিভিন্ন কাৰ্যসূচীৰে দুদিনীয়াকৈ আয়োজন ২৩ সংখ্যক বাগনা আঞ্চলিক ৰঙালী বিহু সন্মিলনী। বিশিষ্ট সমাজ কৰ্মী কমলেশ্বৰ মেধিয়ে উদ্বোধন কৰা বিহু অনুষ্ঠানত নিশা কণ্ঠশিল্পী ভৃগু কাশ্যপৰ গীতৰ লহৰ ৷ গালে ইটোৰ পাচত সিটো জনপ্ৰিয় গীত ৷ ভৃগুৰ মন পৰশা গীতত মন্ত্ৰমুগ্ধ হৈ পৰে বাগনাবাসী ৷

Intro:Bajali Bhrigu Kashyap

বজালীৰ বাগনাত কণ্ঠশিল্পী ভৃগু কাশ্যপBody:

Bajali Bhrigu Kashyap

প্ৰতি বছৰৰ দৰে এইবেলিও বিভিন্ন কাৰ্যসূচীৰে দুদিনীয়াকৈ উদযাপন কৰা হয় ২৩ সংখক বাগনা আঞ্চলিক ৰঙালী বিহু সন্মিলনী।নিশা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে বিশিষ্ট সমাজ কৰ্মী কমলেশ্বৰ মেধিয়ে। ইয়াৰ পিছতে কণ্ঠশিল্পী ভৃগু কাশ্যপে একেৰাহে কেইবাটাও গীত পৰিৱেশন কৰে। ভৃগুৰ মন পৰশা গীতত মন্ত্ৰমুগ্ধ বাগনাবাসী ।Conclusion:ভিডিঅ'-৩
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
Last Updated : Jun 3, 2019, 6:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.