ETV Bharat / state

বৰপেটাৰোড হাউলী মহাবিদ্যালয় শিক্ষাৰ্থীৰ বিক্ষোভ প্ৰদৰ্শন

author img

By

Published : Sep 17, 2019, 5:56 PM IST

ছাত্ৰ ছাত্ৰীৰ সমস্যা সমাধানৰ দাবীত বৰপেটাৰ বি এইছ মহাবিদ্যালয় আছু গোটৰ বিক্ষোভ প্ৰদৰ্শন ৷ মহাবিদ্যালয়ৰ সন্মুখত থকা 31নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনে সংঘটিত হৈ থকা দুৰ্ঘটনা ৰোধ কৰাৰ লগতে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত ছাত্ৰী-ছাত্ৰীৰ ভাড়া কমোৱাৰ বাবে এইদৰে বিক্ষোভ প্ৰদৰ্শন কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷

বিএইছ কলেজৰ সন্মুখত প্ৰতিবাদ

বৰপেটা, ১৭ চেপ্টেম্বৰঃ বৰপেটা জিলাৰ অন্যতম তথা নাকৰ "এ" গ্ৰেডপ্ৰাপ্ত উচ্চ শিক্ষা প্ৰতিষ্ঠান বৰপেটাৰোড হাউলী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মঙলবাৰে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ মহাবিদ্যালয়খনৰ আছু গোটৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ ছাত্ৰীসকলে ৷

বিএইছ কলেজৰ সন্মুখত প্ৰতিবাদ

মহাবিদ্যালয়খনৰ সন্মুখত থকা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ছাত্ৰ ছাত্ৰী জিৰণি কোঠাত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ৷ মহাবিদ্যালয়খনৰ সন্মুখভাগত সঘনাই সংঘটিত হৈ থকা পথ দুৰ্ঘটনাৰ বাবে জিলা প্ৰশাসনক বাৰম্বাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল শিক্ষাৰ্থীসকলে ৷ কিন্তু বৰপেটা জিলা প্ৰশাসনৰ লগতে পৰিবহণ বিভাগে বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে শিক্ষাৰ্থীসকলে ৷

আনহাতে দূৰণিবটীয়া শিক্ষাৰ্থীসকলৰ বাবে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত ভাড়া ৰেহাইৰো দাবী উত্থাপন কৰে শিক্ষাৰ্থীসকলেআনহাতে ভাড়া সন্দৰ্ভত যাত্ৰীবাহী বাহনৰ চালক তথা হেণ্ডিমেনে প্ৰায়ে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক অশালীন ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰে শিক্ষাৰ্থীসকলে ৷ সমগ্ৰ বিষয়টো সন্দৰ্ভত বৰপেটা জিলা আছু গোটৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে জিলা উপায়ুক্ত আৰু পৰিবহণ বিষয়াক স্মাৰকপত্ৰও প্ৰদান কৰিছিল যদিও কোনো সুফল লাভ কৰা নাই ৷

Intro:

বৰপেটা, ১৭ ছেপ্টেম্বৰঃ বৰপেটা জিলাৰ হাউলী আৰু বৰপেটাৰোডৰ মধ্যস্থলত অৱস্থিত বি এইছ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ ছাত্ৰীসকলে ৷ মহাবিদ্যালয়খনৰ সন্মুখৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ছাত্ৰ ছাত্ৰী জিৰনি কোঠাত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে ৷ Body:বি এইছ মহাবিদ্যালয়ৰ সন্মুখৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত হয় পথ দূৰ্ঘটনা ৷ দূৰ্ঘটনাৰ ফলত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনলৈ নামি আহে ঘোৰ অমানিশা ৷ ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰী নিহত হোৱাৰ লগতে বহু ছাত্ৰ ছাত্ৰী জীৱনলৈ ঘুনীয়া হবলহীয়া হৈছে ৷ মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত হৈ অহা দুৰ্ঘটনা ৰোধ কৰাৰ দাবীত আজি বিএইছ মহাবিদ্যালয় আছু গোটে ৰূপায়ন কৰে দূঘন্টীয়া বিক্ষোভ কাৰ্যসূচী ৷ আনহাতে দূৰনীবটীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে যান বাহনৰ ভাড়া ৰেহাইৰো দাবী উত্থাপন কৰে আছু গোটে ৷ ভাড়া ৰেহাইক লৈ যাত্ৰীবাহী গাড়ীৰ চালক পৰিচালকে প্ৰায়ে ছাত্ৰ ছাত্ৰী সকলক অশালীন ব্যৱহাৰ কৰা বুলি অভিযোগ তুলি এনে কাৰ্য বন্ধৰ বাবে প্ৰশাসনক ব্যৱস্থা গ্ৰহনৰ বাবেও দাবী জনায় ছাত্ৰ ছাত্ৰীসকলে ৷
Conclusion:বাইট: প্ৰতিবাদকাৰী
--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.