ETV Bharat / state

বৰপেটাত বালিকুৰিত নৱজাতক উদ্ধাৰ

জনতা বেঁকী ভেলী কলেজৰ পিছফালে উদ্ধাৰ এটি নৱজাতক

author img

By

Published : Mar 29, 2019, 11:37 AM IST

বৰপেটাত বালিকুৰিত নৱজাতক শিশু উদ্ধাৰ

বৰপেটা,২৯ মাৰ্চ: বৃহস্পতিবাৰে বৰপেটা জিলাৰ কলগাছিয়াৰ বালিকুৰিত উদ্ধাৰহয় এটি নৱজাতক কন্যা শিশু । তথ্য অনুসৰি বৰপেটা জিলাৰ কলগাছিয়াৰ জনতা বেকী ভেলী কলেজৰ পিছফালে উদ্ধাৰ হৈছে এটি নৱজাতক কন্যা শিশু। গাঁৱখনৰ কেইটিমান শিশুৱে ভেলী কলেজৰ পিছফালৰখালত কন্যা শিশুটিৰ কান্দিথকা দেখা পাই কলেজখনৰ শিক্ষকক খবৰ দিয়ে ।
পৰৱৰ্তী সময়তকন্যা শিশুটিকৰাইজে উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী অহাৰ পূৰ্বেই গাঁওখনৰ হানিফ আলী নামৰ এজন ব্যক্তিৰ পত্নীয়ে দেৱশিশু গৰাকী লালন-পালনৰ দায়িত্ব লয় । ইপিনে এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Slug:  A_BAR_29MAR_807TO813_NEW_BORN_BABY_RECOVER_VIS+BITE+PHOTO_BAPKAN_DAS

বৰপেটা জিলাৰ কলগাছিয়াৰ বালিকুৰিত নৱজাতক উদ্ধাৰ

বৰপেটা ২৯ মাৰ্চ: সাম্প্ৰতিক ভোগবাদী সমাজ ব্যৱস্থাৰ পৰিণতিত অৱক্ষয় হৈছে নেকি সমাজ? সচৰাচৰ তেনে প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে বৰপেটা জিলাৰ কলগাছিয়াৰ বালিকুৰিত সংঘটিত হৈছে এনে এক নিদাৰুণ ঘটনা। 

 বৰপেটা জিলাৰ কলগাছিয়াৰ জনতা বেঁকী ভেলী কলেজৰ পিছফালে উদ্ধাৰ হৈছে এটি নৱজাতক কন্যা শিশু। নিশা জন্ম হোৱা কন্যা দেৱশিশুটো ৰাতিপুৱা পেলাই থৈ যোৱা বুলি অনুমান কৰিছে ৰাইজে। গাঁওখনৰ কেইটিমান শিশুৱে কন্যা শিশুটি বেকী ভেলী কলেজৰ পিছফালে খালৰ পাৰত কান্দি থকা দেখা পাই কলেজখনৰ শিক্ষকক খবৰ দিয়ে। পিছত কন্যাশিশু গৰাকীক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী অহাৰ পূৰ্বেই গাঁওখনৰ হানিফ আলী নামৰ এজন ব্যক্তিৰ পত্নীয়ে দেৱশিশু গৰাকী লালন-পালনৰ দায়িত্ব লয় ।  ইপিনে এই ঘটনাই অঞ্চলব্যাপী সৃষ্টি হৈছে চাঞ্চল্যৰ। কোন নিদাৰুণ  মাতৃয়ে নিজৰ পাপ ঢাকিবলৈ শিশুটিক এনেদৰে পেলাই থৈ  গৈছে তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ। দহমাহ দহদিন গৰ্ভত স্থান দি জন্ম দিয়া নিজৰ সন্তানক এনেদৰে পেলাই থৈ যোৱা ঘটনাই  সঁচাকৈ যে সমাজত অৱক্ষয়ৰ সৃষ্টি হৈছে তাকে প্ৰতিপন্ন কৰিলে। আনহাতে এই সন্দৰ্ভত বালিকুৰী আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

বাইট: কলেজৰ কেৰাণী আৰু আৰক্ষীৰ ।                           
  --- বাপকন দাস, বৰপেটা          

   ফুটেজ, ফটো আৰু বাইট ftpত পঠোৱা হৈছে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.