ETV Bharat / state

হাগ্ৰামা মহিলাৰী জেললৈ যোৱাটো খাটাংঃ প্ৰমোদ বড়ো - অসমীয়া খবৰ কাকতৰ সাংবাদিক

ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত কয় যে, এইবাৰ হাগ্ৰামা মহিলাৰী জেললৈ যাব, কিয়নো ১৭ বছৰে বিপিএফ দলৰ হৈ তেওঁ সমাজৰ উন্নয়নৰ টকা আত্মসাত কৰিছে ৷ উন্নয়নৰ নামত আবন্টিত কেইবাশ কৌটি টকাৰ আত্মসাত কৰিছে ৷ বিপিএফ দল এইবাৰৰ নিৰ্বাচনতে নিশেষ হ'ব ৷

uppl-mass-gathering-at-baksha
হাগ্ৰামা মহিলাৰী জেললৈ যোৱাটো খাটাংঃ প্ৰমোদ বড়ো
author img

By

Published : Nov 13, 2020, 8:41 PM IST

বৰমা,13 নবেম্বৰঃ বাক্সা জিলাৰ অন্তৰ্গত বৰবৰীতত শুকুৰবাৰে ইউপিপিএল দলৰ বৃহৎ নিৰ্বাচনী গণ সমাবেশ অনুষ্ঠিত হয় ৷ জিলাখনৰ ২৩ নং দিহিৰা, ২৪ নং মুছলপুৰ আৰু ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰায় কেইবা সহস্ৰাধিক সমৰ্থক সমাবেত হয় ৷

হাগ্ৰামা মহিলাৰী জেললৈ যোৱাটো খাটাংঃ প্ৰমোদ বড়ো

ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত কয় যে, এইবাৰ হাগ্ৰামা মহিলাৰী জেললৈ যাব, কিয়নো ১৭ বছৰে বিপিএফ দলৰ হৈ তেওঁ সমাজৰ উন্নয়নৰ টকা আত্মসাত কৰিছে ৷ উন্নয়নৰ নামত আবন্টিত কেইবাশ কৌটি টকাৰ আত্মসাত কৰিছে ৷ বিপিএফ দল এইবাৰৰ নিৰ্বাচনতে নিশেষ হ'ব ৷

ইপিনে অসমীয়া খবৰ কাকতৰ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ সৰ্ন্দভত তেওঁ কয় যে, সাংবাদিক সকলক সদায় স্বাধীনতা দিব লাগে ৷ পৰাগ ভূঞাৰ মৃত্যুক চৰকাৰে তদন্ত কৰিব লাগে বুলি কয় প্ৰমোদ বড়োৱে ৷ শুকুৰবাৰে অনুষ্ঠিত সভাখনত বিপিএফ দলৰ প্ৰাৰ্থী জগদীশ বসুমতাৰী, ৰাকেশ ব্ৰহ্ম আৰু কাতিৰাম বড়ো লগতে এনডিএফবিৰ সভাপতি গোবিন্দ বসুমতাৰী, ইউপিপিএল দলৰ প্ৰাক্তন সভাপতি উৰ্খাও গৌৰা ব্ৰহ্ম উপস্থিত থকা দেখা যায় ৷

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মাৰ মতিভ্ৰম হৈছেঃ মৌলানা আব্দুল কাদিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.