OC Kharupetia Arrested: ভুৱা গোচৰত আতিশায্য় চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ খাৰুপোটীয়া থানাৰ অ'চি
'ব্লেক মেইলাৰ'ৰ ভূমিকাত অৱতীৰ্ণ হ'ল এগৰাকী আৰক্ষী (policeman plays role of black mailer)। যাৰ বাবে এইগৰাকী ব্লেক মেইলাৰ আৰক্ষী এতিয়া ৰঙাঘৰৰ আলহী হ'বলগা হৈছে । আৰক্ষীৰ হাততেই গ্ৰেপ্তাৰ হ'ল খোদ আৰক্ষী বিষয়া । খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা এইবাৰ গ্ৰেপ্তাৰ হৈছে ভুৱা গোচৰৰ অভিযোগত (Kharupatiya police station OC Utpal Bora arrested) ।
Population Control Bill: জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ ক্ষেত্ৰত অসম এক উদাহৰণ হোৱা উচিত: ডঃ হিমন্ত বিশ্ব শৰ্মা
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৫ দিনীয়া দিল্লী ভ্ৰমণ কাৰ্যসূচীৰ সমাপ্তি (Assam Cm 5 days Delhi visit)। এই ভ্ৰমণত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । শিলচৰৰ সেউজ ক্ষেত্ৰ প্ৰকল্প, অসমৰ বানপানীৰ সমস্যাকে ধৰি কেইবাটাও বিষয়ত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে আলোচনা মুখ্যমন্ত্ৰীৰ ।
Panic over plastic rice: সাৱধান, সুলভ মূল্যৰ দোকানৰ পৰা আপুনিও আনিছে নেকি প্লাষ্টিকৰ চাউল ?
খাদ্যৰ নামত চৰকাৰে দৰিদ্ৰ হিতাধিকাৰীক খুৱাইছে নেকি বৰবিহ ! চৰকাৰী সুলভ মূল্যৰ দোকান যোগে সৰভোগৰ দৰিদ্ৰ হিতাধিকাৰীক যোগান ধৰা হৈছে নেকি প্লাষ্টিকৰ চাউল ! যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ গৃহ সমষ্টি সৰভোগৰ চৰকাৰী সুলভ মূল্যৰ দোকানত ওলাইছে প্লাষ্টিকৰ চাউল (Plastic rice in Sorbhog)৷ অভিযোগ সৰভোগৰ একাংশ দৰিদ্ৰ হিতাধিকাৰীৰ ৷
Gunfight rages in Kulgam: জম্মু-কাশ্মীৰৰ কুলগামত এনকাউণ্টাৰ
বুধবাৰে পুৱাৰে পৰা জম্মু-কাশ্মীৰৰ কুলগামৰ ব্ৰেইহাৰ্ড কাঠপোৰা অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত আৰম্ভ হৈছে সংঘৰ্ষ (Encounter between militants and security forces) ।
Keshab Mahanta in Nalbari: নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ
বুধবাৰে হঠাৎ নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজত ( Nalbari Medical College Hospital) উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত ৷ মন্ত্ৰীগৰাকীয়ে মেডিকেল কলেজখন পৰিদৰ্শন কৰি নিৰ্মাণৰ কামৰ বুজ লয় (Keshab Mahanta Visit Today At Nalbari Medical College Hospital) ৷ লগতে কলেজখনত আগন্তুক বৰ্ষৰ আৰম্ভণিৰে পৰা OPD চিকিৎসা সেৱা আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে (Keshab Mahanta in Nalbari) ৷
Worker Missing on Indo-China Boarder: অৰুণাচলৰ পৰা সন্ধানহীন কোকৰাঝাৰৰ ২ শ্ৰমিক সংকটজনক অৱস্থাত নিজগৃহত উপস্থিত
বিলাসীপাৰাৰ সীমান্তৱৰ্তী তথা কোকৰাঝাৰ জিলাৰ মালগাঁও বগুলাউৰাৰ গাঁৱৰ ৭ গৰাকী শ্ৰমিকৰ ভিতৰত দুজন শ্ৰমিকক সংকটজনক অবস্থাত লৈ অনা হয় মালগাঁও বগুলাউৰাৰ নিজ বাসগৃহলৈ (two missing workers reached home in critical condition)। শ্ৰমিক দুজন ঘৰত উপস্থিত হোৱাৰ পিছতেই পোহৰলৈ আহিছে ভয়ঙ্কৰ তথ্য ।
Incidents of female abuse: মুকালমুৱাত স্বামীৰ পৰিয়ালে হত্যা কৰিলে মহিলাক !
নলবাৰীৰ মুকালমুৱাত চিপ লোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ । মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে হত্যা কৰি আত্মহত্যা ৰূপ দিয়া চেষ্টা কৰিছে বুলি অভিযোগ উঠিছে (Sensational murder in Mukalmua)। উচিত তদন্তৰ দাবী মহিলাগৰাকীৰ মাতৃৰ পৰিয়ালৰ ।
Cyber crime gang arrested: আৰক্ষীৰ অভিযানত ভূৰাগাঁৱত আটক তিনি ছাইবাৰ অপৰাধী
ভূৰাগাঁও আৰক্ষীৰ অভিযানত আটক তিনি ছাইবাৰ অপৰাধী (Cyber crime gang arrested in Bhuragaon)। ভূৰাগাঁও আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক পংকজ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই জৰিবৰৰ বেছামাৰী ডুবাৰ পৰা ৰফিকুল ইছলাম, মেহদি আলম আৰু ছেকাব উদ্দিন নামৰ তিনি চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হয় ।
Demanded resignation of Ajanta Neog: মন্ত্রী অজন্তা নেওগৰ পদত্যাগ দাবী কৰিলে প্ৰাক্তন সাংসদ ৰমেন ডেকাই
মন্ত্ৰী অজন্তা নেওগৰ জালুকবাৰীস্থিত বাসগৃহৰ পৰা এগৰাকী মহিলা উদ্ধাৰ হোৱা ঘটনাক লৈ বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাৰ প্ৰতিক্ৰিয়া । বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ দাবী, নিৰপেক্ষ তদন্তৰ স্বাৰ্থত অজন্তা নেওগে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা উচিত (Demanded resignation of Ajanta Neog)।
Fish killed by miscreants: বঙাইগাঁৱত বিহ দি লক্ষাধিক টকাৰ মাছ নিধন দুৰ্বৃত্তৰ
বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰক্ষীণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ড গাঁৱৰ বাসিন্দা মুতালেব মিঞাৰ পুখুৰীত বিগত দুদিন ধৰি প্ৰকাণ্ড প্ৰকাণ্ড মাছ ওপঙি থকাত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় (Miscreants kill fish by giving poison) ৷