ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 5, 2022, 11:12 AM IST

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

11 বজাৰ 10 টা শীৰ্ষ বাতৰি
11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Yaba tablets seized at Sonapur: কোটি টকাৰ য়াবা টেবলেটসহ আটক আজমল

ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী (Anti drugs operation in Assam) ৷ এইবাৰ সোণাপুৰৰ টোল গেটত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ আৰু সোণাপুৰ আৰক্ষীৰ নেতৃত্বত চলা অভিযানত জব্দ প্ৰায় ১৫ কৌটি টকাৰ য়াবা টেবলেট (Yaba tablets seized at Sonapur) ৷ লগতে আটক মনিপুৰৰ থাম্বল গাঁৱৰ আজমল খান (৩০) নামৰ এজন লোক ৷

Rhino Terror in Majuli : 5 টাকৈ গঁড়ৰ মুক্ত বিচৰণত ভীতিগ্ৰস্ত মাজুলীবাসী

পাঁচটাকৈ গঁড়ৰ মুক্ত বিচৰণ মাজুলীৰ ভিন্ন চাপৰিত ৷ পগলা চাপৰিত ১ টা, মচুৱা চাপৰিত তিনিটা আৰু দক্ষিণ আঁহতগুৰিত ১ টা গঁড়ৰ মুক্ত বিচৰণ (Rhino terror in Majuli)৷

Independent Indias First Voter Shyam Saran Negi Dies : স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী আৰু নাই

স্বাধীন ভাৰতৰ প্ৰথম ভোটাৰ শ্যাম চৰণ নেগী আৰু নাই (First voter of independent India Shyam Saran Negi passes away) ৷ 105 বছৰ বয়সত শনিবাৰে মৃত্যু হয় শ্যাম চৰণ নেগীৰ ৷

Rash Lila preparation : যোৰহাটত ৰাসৰ অন্তিম আখৰাত ব্যস্ত শিল্পী

যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত ৰাসলীলাৰ আয়োজন কৰা হৈছে । ৰাসৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে (Preparation for Rash Lila)। ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে শিল্পী আৰু কলা-কুশলীসকল ।

DAC ELECTION 2022 : কংগ্ৰেছে এতিয়া খিলঞ্জীয়া মানুহৰ ওচৰলৈ যাব নোৱাৰে !

শুকুৰবাৰে চৰাইদেউ জিলাৰ মাহমৰাত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী সভাত ৭ নং ৰজাবাৰী সমষ্টিৰ প্ৰাৰ্থী ভৈৰৱ দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah)।

Operation against drugs: বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী

ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱাৰ পাছতো নাকী লগাবলৈ সক্ষম হোলা নাই বহু অপৰাধীক (Assam Police operation against Drugs smuggler) ৷ আৰক্ষীৰ চকুত ধূলি দি বহু অপৰাধীয়ে বৰ্তমানেও চলাই গৈছে অনৈতিক কাৰ্য ৷ ইয়াৰ মাজতে চামগুৰিৰ বাজিয়াগাঁৱৰ পৰা চামগুৰি আৰক্ষীয়ে আটক কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ৷

Minor Girl Suicide Case: দুলীয়াজানত বনকৰা কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত তীব্ৰ প্ৰতিবাদ

দুলীয়াজানত বনকৰা কিশোৰী হত্যাৰ তীব্ৰ প্ৰতিবাদ ৷ ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত অভিযুক্ত শিক্ষক চেনীৰাম দাসক উচিত শাস্তি প্ৰদানৰ দাবীত আদিবাসী মহিলাৰ প্ৰতিবাদ (Adivasi women protest at Duliajan)৷

Land patta in forest area : শোণিতপুৰৰ বনাঞ্চলত বাস কৰা ১৩০০ পৰিয়ালক ভূমি পট্টা

সোণাই ৰূপাই অভয়াৰণ্যৰ কাষৰীয়া চাৰিদুৱাৰ বনাঞ্চলৰ বেদখলীকৃত ভূমিত ভূমি আইনৰ অধীনত ভূমি পট্টা প্ৰদান কৰিব চৰকাৰে । চাৰিদুৱাৰ বাতাশিপুৰ অঞ্চলত মুঠ ১,৩০০ টা পৰিয়ালক ভূমি পট্টা বিতৰণ কৰিব (Land pattas to 1300 families in Sonitpur)। অসম চৰকাৰৰ ২০১১ চনৰ লোক পিয়ল অনুসৰি উক্ত স্থানত মুঠ ৪,৪৬৪ টা আবাস গৃহ আছে ।

Body found in Janji river: আমগুৰিৰ জাঁজী নৈত মৃতদেহ উদ্ধাৰ

শিৱসাগৰ জিলাৰ আমগুৰিৰ জাঁজী নৈত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ (Body found in Janji river in Amguri)। উদ্ধাৰ হোৱা মৃতদেহটো মনোজ বাউৰীৰ বুলি চিনাক্ত কৰা হৈছে । লোকজনৰ ঘৰ যোৰহাটৰ চেলেংহাট গড়চুকত বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

DAC Election 2022: নাওবৈচাৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি সভাপতি ভৱেশ কলিতা-মন্ত্ৰী পীযুষ হাজৰিকা

সমাগত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত লখিমপুৰৰ নাওবৈচাত গৰম হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ (DAC Election 2022)। শুকুবাৰে নাওবৈচাৰ ২১ নং গাভৰু টুনিজান সমষ্ঠিৰ পদ্মপুৰ গাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika at Naoboicha)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.