ETV Bharat / state

তামুলপুৰত প্ৰমোদ বড়োক উষ্ম আদৰণি

author img

By

Published : Dec 17, 2020, 7:59 PM IST

তামুলপুৰৰ ঘগ্ৰাচকত বিষ্ণুজ্যোতি জাতীয় বিদ্যালয়ৰ সন্মুখত বিটিআৰ প্ৰধান প্ৰমোদ বড়োক সম্বৰ্ধনা জ্ঞাপনৰ বাবে দলীয় কৰ্মকৰ্তা সকলে সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে ৷

প্ৰমোদ বড়োক উষ্ম আদৰণি
প্ৰমোদ বড়োক উষ্ম আদৰণি

বাক্সা, 17 ডিচেম্বৰ: বৃহস্পতিবাৰে তামুলপুৰৰ ঘগ্ৰাচকত বিষ্ণুজ্যোতি জাতীয় বিদ্যালয়ৰ সন্মুখত বিটিআৰ প্ৰধান প্ৰমোদ বড়োক সম্বৰ্ধনা জ্ঞাপনৰ বাবে এখন সভা অনুষ্ঠিত কৰা হয় ৷ সম্বৰ্ধনা সভাখন ইউ পি পি এলৰ সভাপতি নিৰঞ্জন ডেকা আৰু সাধাৰণ সম্পাদক কবিন চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত অনুষ্ঠিত কৰা হয় ৷

তামুলপুৰত প্ৰমোদ বড়োক উষ্ম আদৰণি

বিহু নৃত্যৰে আৰম্ভণি কৰা সম্বৰ্ধনা সভাখনত বৈসাগু,খেৰাইতে ধৰি কেইবাটাও জনগোষ্ঠাীয় নৃত্য প্ৰদৰ্শন কৰা হয় ৷ সভাখনত উপস্থিত থাকে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীকে আদি কৰি কেইবাটাও দল-সংগঠনৰ লোক ৷

লগতে পঢ়ক: অসম জাতীয় পৰিষদৰ সভাপতি পদত অধিষ্ঠিত লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.