ETV Bharat / state

"হস্ততাঁত উদ্যোগে সহায় কৰে ৰাজ্যৰ কৌশল সমূহে প্ৰচাৰ লাভ কৰাত"

মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই উপস্থিত থাকি অসম তথা বিটিচি শিপিনী সকলৰ বাবে এই উদ্যোগটোৱে বহু আশাৰ বতৰা কঢ়িয়াই আনিব বুলি প্ৰকাশ কৰে ৷  46  কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উদ্যোগৰ জৰিয়তে অসম তথা বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন কৌশলে প্ৰচাৰ লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে লগতে কয় ৷

BARAMA
author img

By

Published : Jun 19, 2019, 5:56 PM IST

বৰমা, 19 জুনঃ বাক্সা জিলাৰ শিপিনী সকলৰ বহু প্ৰত্যাশিত সংহত হস্ততাঁত আৰু বয়ন উদ্যোগৰ শুভ উদ্ধোধনী ৷ অনুষ্ঠানত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই উপস্থিত থাকি অসম তথা বিটিচি শিপিনী সকলৰ বাবে এই উদ্যোগটোৱে বহু আশাৰ বতৰা কঢ়িয়াই আনিব বুলি প্ৰকাশ কৰে ৷ 46 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উদ্যোগৰ জৰিয়তে অসম তথা বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন কৌশলে প্ৰচাৰ লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে লগতে কয় ৷

বাক্সা জিলাৰ শিপিনী সকলৰ বহু প্ৰত্যাশিত সংহত হস্ততাঁত আৰু বয়ন উদ্যোগৰ শুভ উদ্ধোধনী

হস্ততাঁত আৰু বয়ন উদ্যোগটো অসমৰ ভিতৰতে প্ৰথম উদ্যোগ বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, উদ্যোগটো জীয়াই কৰিবলৈ সকলোৱে চেষ্টা কৰিব লাগিব ৷ 20টা ইউনিট থকা উদ্যোগটোত সুতাৰ ৰং কৰা, ডিজাইনিং, ট্ৰেইনিং ,পেকেজিং, আদিকে ধৰি সকলো সুবিধা থাকিব ৷

বিটিচি ব্ৰাউফেডৰ পৰিচালন সঞ্চালক ৰানা পাটগিৰিয়ে আত ধৰা সভাত সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক মনেশ্বৰ ব্ৰহ্ম, থানেশ্বৰ বসুমতাৰী, ইমানুৱেল মুছাহাৰী, চৰন বড়ো, বিটিচি কাৰ্যবাহী সদস্য অনচুমৈ খুংগুৰ বড়ো, জিলা উপায়ুক্ত ভাস্কৰ পেগু, বাস্কা আৰক্ষী অধীক্ষক থুৱে প্ৰতীক বিজয় কুমাৰ, বিটিচি সচীব কেৰল নাৰ্জাৰী কে ধৰি বহু লোক উপস্থিত থাকে ৷

Intro:বৰমাৰ খাৰুৱাত আজি হস্ততাঁত - বয়ন কেন্দ্ৰ মুকলিঃBody:বাক্সাৰ বৰমাত ৪৬ কোটি টকীয়া হস্ত তাত বস্ত্ৰ উদ্যোগৰ পাৰ্ক উদ্ধোধন #
বৰমা, ১৯ জুনঃ ---
বাক্সা জিলাৰ শিপিনী সকলৰ বহু প্ৰত্যাশিত সংহত হস্ত তাত আৰু বয়ন উদ্যোগটো আজি শুভ উদ্ধোধনী অনুস্থানত উপস্থিত থাকি মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই অসম তথা বিটিচি শিপিনী সকলৰ বাবে এই উদ্যোগটোৱে বহু আশাৰ বতৰা কঢ়িয়াই অনাৰ কথা সদৰি কৰে ৷ তেও ৪৬ কোটি টকা ব্যয় সাপেক্ষে আজি উদ্ধোধন কৰা হস্ত তাত আৰু বয়ন উদ্যোগটো অসমৰ ভতৰতে প্ৰথম উদ্যগ বুলি মন্তব্য কৰে ৷ বড়ো লেণ্ডৰ প্ৰায় ৩ লাখ শিপিনীয়ে বয়ন শিল্পৰ লগত জৰিত থকাৰ কথা উল্লেখ কৰি আজি মুকলি কৰা হস্ততাত আৰু বয়ন উদ্যোগ টোত ২০ টা ইউনিত থকাৰ কথা প্ৰকাশ কৰি প্ৰতিটো ইউনিটত সুতাৰ ৰং কৰা, ডিজাইনিং, ট্ৰেইনিং ,পেকেজিং, আদিকে ধৰি সকলো সুবিধা থাকিব বুলি মন্তব্য কৰে মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই ৷
বিগত লোক সভা নিৰ্বাচনত বিপিএফে অভাৰ কন্ফিডেন্টৰ কাৰনে হাৰিল বুলি মন্তব্য কৰে তেও ৷ সমাগত বিটিচি নিৰ্বাচনত বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতা থাকিব বুলি কয় প্ৰমিলা ৰানী ব্ৰহ্মই ৷বিটিচি ব্ৰাউফেডৰ পৰিচালন সঞ্চালক ৰানা পাটগিৰিয়ে আট ধৰা সভাত সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক মনেশ্বৰ ব্ৰহ্ম, থানেশ্বৰ বসুমতাৰী, ইমানুৱেল মুছাহাৰী, চৰন বড়ো, বিটিচি কাৰ্যবাহী সদস্য অনচুমৈ খুংগুৰ বড়ো, জিলা উপায়ুক্ত ভাস্কৰ পেগু, বাস্কা আৰক্ষী অধীক্ষক থুৱে প্ৰতীক বিজয় কুমাৰ, বিটিচি সচীব কেৰল নাৰ্জাৰী কে ধৰি বহু লোক উপস্থিত থাকে ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বৰমাৰ পৰা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.