ETV Bharat / state

প্ৰশাসনৰ অকৰ্মণ্যতাই দুৰ্ভোগ ভোগাইছে ৰাইজক - ETV BHARAT

বাৰিষা অহাৰ লগে লগে বৃদ্ধি পাইছে বাক্সাৰ শুক্লাই নৈৰ জলপৃষ্ঠ ৷ তিনি বছৰে নিৰ্মাণকাৰ্য চলি থকা পকী দলংখন আজিও সম্পূৰ্ণ নোহোৱাত দুৰ্ভোগ ভুগিছে জনসাধাৰণে ।

প্ৰশাসনৰ অকৰ্মণ্যতাই দুৰ্ভোগ ভুগাইছে ৰাইজৰ
author img

By

Published : May 12, 2019, 3:13 PM IST

Updated : May 12, 2019, 4:50 PM IST

বাক্সা, ১২ মে': অসাৰ বিকশিত অসম, অসাৰ মডেল বিটিচিৰ দাবী ৷ বিজেপি চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷কান্ধত বাইক দাঙি নৈ পাৰ তামুলপুৰ - ওদালগুৰি ৰাইজৰ
বাক্সাৰ শুক্লাই নৈৰ জলপৃষ্ঠই জীয়াতু ভোগাইছে জনসাধাৰণৰ ৷ তিনি বছৰে নিৰ্মাণকাৰ্য চলা দলঙৰ কাম নহ'ল সম্পূৰ্ণ ৷

প্ৰশাসনৰ অকৰ্মণ্যতাই দুৰ্ভোগ ভুগাইছে ৰাইজৰ
বিপদসংকুলভাৱে যাতায়ত নাগ্ৰীজুলি - ভোলাঝাৰ ৰাইজৰ ৷ বাইক পাৰ কৰিলে ভৰিব লাগে দুশৰ পৰা তিনিশ টকা ৷বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্বহীনতাই দুৰ্ভোগ ভুগাইছে সকলোৰে ৷এনেদৰেই কণ কণ ছাত্ৰ - ছাত্ৰীয়ে কৰিব লগা হয় যাতায়ত ৷

অসাৰ বিকশিত অসম, অসাৰ মডেল বিটিচিৰ দাবী ৷  এনেদৰে কান্ধত বাইক দাঙি নৈ পাৰ হৈছে এইসকল লোকে ৷ এই দৃশ্য তামুলপুৰ-ওদালগুৰি পথৰ ৷
বাৰিষা অহাৰ লগে লগে বৃদ্ধি পাইছে বাক্সাৰ শুক্লাই নৈৰ জলপৃষ্ঠ ৷ আৰু আৰম্ভ হৈছে ৰাইজৰ যন্ত্ৰণাৰ অন্তহীন অধ্যায় ৷
তিনি বছৰে নিৰ্মাণকাৰ্য চলি থকা পকী দলংখন আজিও সম্পূৰ্ণ নহ'ল ৷ সেয়ে এনেদৰে বিপদসংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে নাগ্ৰীজুলি আৰু ভোলাঝাৰ অঞ্চলৰ ৰাইজে ৷
বাইট-

ইপিনে যাতায়তৰ এই দুৰৱস্থাৰ মাজতে এখন বাইক পাৰ কৰাবলৈ ভৰিব লাগে দুশৰ পৰা তিনিশকৈ টকা ৷ জন প্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে কেইবাখনো গাঁৱৰ ৰাইজে ৷ বিপদসংকুলভাৱে বিদ্যালয়লৈ আহ-যাহ কৰিবলগীয়া হৈছে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে ৷
বাইট-
Last Updated : May 12, 2019, 4:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.