ETV Bharat / state

বাক্সাত দিশহাৰা এটা দৰিদ্ৰ পৰিয়ালঃ চৰকাৰলৈ সহায়ৰ আহ্বান ৰাইজৰ

author img

By

Published : Oct 31, 2019, 11:30 AM IST

বাক্সাৰ তামুলপুৰত অসহায় এটা পৰিয়াল ৷ অতিকৈ দৰিদ্ৰ পৰিয়ালটোৰ থাকিবলৈ এটা গৃহৰ অভাৱ ৷ সেয়ে পৰিয়ালটোক শীঘ্ৰে চৰকাৰে সহায় কৰি এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি দিবলৈ ৰাইজে আহ্বান জনাইছে  ।

বাক্সাত দিশহাৰা এটা দৰিদ্ৰ পৰিয়াল

বাক্সা,31 অক্টোবৰঃ বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নতুন হাউলীৰ হাউলীখুটি গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালক প্ৰয়োজন চৰকাৰ তথা ৰাইজৰ সহায়। কিছুদিন পূৰ্বে পৰিয়ালটোৰ মুৰব্বী মনবাহাদুৰ বিষ্টো নামৰ লোকজনে কিডনী ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয়। তাৰ পিছতেই পত্নী আৰু একমাত্ৰ পুত্ৰৰ মূৰত সৰগ ভাঙি পৰে। পাচত স্থানীয় ৰাইজে দান বৰঙণিৰে মন বাহাদুৰৰ আদ্য শ্ৰাদ্ধ সম্পন্ন কৰে। তিনিজনীয়া পৰিয়ালটোক মন বাহাদুৰে কোনোমতে দুবেলা দুমুঠি খুৱাই আছিল যদিও তেওঁৰ মৃত্যুৰ পাচত এতিয়া পৰিয়ালটোক লৈ চিন্তিত হৈ পৰিছে স্থানীয় লোকসকল।

baksa
মাতৃৰ সৈতে মনবাহাদুৰৰ পুত্ৰ

উল্লেখ্য যে অতিকৈ দৰিদ্ৰ পৰিয়ালটোৰ থাকিবৰ বাবে এটা গৃহৰ অভাৱ ৷ সেয়ে পৰিয়ালটোক শীঘ্ৰে চৰকাৰে সহায় কৰি এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি দিবলৈ ৰাইজে আহ্বান জনাইছে ।

বাক্সাত দিশহাৰা এটা দৰিদ্ৰ পৰিয়াল

লগতে পঢ়কঃকেনে আছে নিপন গোস্বামী ? কিয় বিচনাত দিন কটাবলগীয়া হৈছে অভিনেতাগৰাকীয়ে ?

Intro:বাক্সাৰ এটা দৰিদ্ৰ পৰিয়ালক প্ৰয়োজন চৰকাৰৰ সহায় ।

Body:বাক্সা জিলাৰ তামুলপুৰৰ মহকুমাৰ অন্তৰ্গত নতুন হাউলীৰ হাউলীখুটি গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালক প্ৰয়োজন চৰকাৰ তথা ৰাইজৰ সহায় । জানিব পৰা মতে কিছু পূৰ্বে মনবাহাদুৰ বিষ্টো নামৰ লোক জন কিডনী ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি লয় । তাৰ পিছতেই পত্নী আৰু এক মাত্ৰ পুত্ৰৰ মূৰত দুখৰ পাহাৰ ভাঙি পৰে । স্থানীয় ৰাইজে দান বৰঙণিৰে মনবাহাদুৰৰ আদ্য শ্ৰাদ্ধ্য সম্পন্ন কৰে । তিনিজনীয়া পৰিয়ালটো মনবাহাদুৰৰে কোনোমতে দুবেলা দুমুঠি আজুৰি আনিছিল যদিও কিন্তু এতিয়া স্থানীয় লোক সকল চিন্তিত হৈ পৰিছে পৰিয়ালটোক লৈ ।

Conclusion:উল্লেখ্য যে অতিকৈ দৰিদ্ৰ পৰিয়ালটোৰ ঘৰ আছে যদিও জৰাজিৰ্ণ আৰু এখন ভাল সোৱাপাটিও নাই , এতিয়া সেয়ে ৰাইজৰ আহ্বান যাতে পৰিয়ালটোক চৰকাৰে সহায় কৰি এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি দিয়ে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.