ETV Bharat / sports

কৰ'ণাতংকঃ স্ব-গৃহতে শাৰিৰিক অনুশীলনত ব্যস্ত নেইমাৰ জে আৰ.

author img

By

Published : Apr 23, 2020, 3:52 PM IST

কৰ'ণা ভাইৰাছৰ আতংক অব্যাহত থকাৰ বাবে স্ব-গৃহতে শাৰিৰিক অনুশীলনত ব্যস্ত হৈ পৰিছে বিশ্ব বিখ্যাত ফুটবল খেলুৱৈ নেইমাৰ জে আৰ ৷

neymar-releases-video-of-his-physical-training-session-at-his-home
কৰ'ণাতংকঃ স্ব-গৃহতে শাৰিৰিক অনুশীলনত ব্যস্ত নাইমাৰ জে আৰ.

ইন্টাৰনেশ্যনেল ডেস্ক, 23 মাৰ্চ: বিশ্ব বিখ্যাত ফুটবল খেলৱৈ ব্ৰাজিলৰ নেইমাৰ জে আৰে কৰ‘ণা ভাইৰাছৰ ভয়াৱহতাৰ সময়চোৱাত ৰিঅ‘ ডি জেনেৰিঅ‘ৰ পৰা 85 কিঃমিঃ দক্ষিণ-পশ্চিমাঞ্চলত অৱস্থিত মাঙ্গাৰাটিবাস্থিত স্ব-গৃহত ব্যস্ত হৈ পৰিছে শাৰিৰিক অনুশীলনত ৷ জনপ্ৰিয় ফুটবলাৰগৰাকীয়ে কৰ‘ণা ভাইৰাছৰ আতংকৰ ফলত হ'বলগীয়া ফুটবল খেলসমূহ স্থগিত হৈ পৰাত ঘৰতে শাৰিৰিক অনুশীলনত ব্যস্ত হৈ থকাৰ এটা ভিডিঅ' মুকলি কৰি দিছে ৷

এই ক্ষেত্ৰত ফুটবলাৰ গৰাকীৰ সংগ দিছে তেওঁৰ দীৰ্ঘদিনীয়া বন্ধু তথা পালমেইৰাছ ফুটবল দলৰ মিড ফিল্ডাৰ লুকাচ লিমাই ৷ দুয়োজনে একেলগে বিভিন্ন শাৰিৰীক অনুশীলন কৰি থকা ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে ৷

পি চি জিৰ পৰিচালকে জনোৱা মতে,নেইমাৰে কৰ'ণা ভাইৰাছৰ আতংক আৰম্ভ হোৱাৰ পূৰ্বেই 11 মাৰ্চত বৰুচিয়া ডৰটমোণ্ডৰ বিৰুদ্ধে অন্তিমখন মেচ খেলিছিল ৷

লগতে পঢ়ক : অসমত পুনৰ এজন ব্যক্তি কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.