ETV Bharat / sports

নিৰাশ ক্ৰিকেট অনুৰাগী : 'নিকৃষ্টতম বিশ্বকাপ' আখ্যা - ভাৰত বনাম নিউজিলেণ্ড

বিশ্বকাপ ক্ৰিকেট, ২০১৯ ৰ চাৰিখনকৈ মেচ বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাৰ পাছতে নিৰাশ হৈ পৰিছে ক্ৰিকেট অনুৰাগীসকল । ইয়াৰোপৰি, ১২ সংখ্যক বিশ্বকাপক 'নিকৃষ্টতম বিশ্বকাপ' বুলিও আখ্যা দিছে ক্ৰীড়াপ্ৰেমীসকলে ।

নিৰাশ ক্ৰিকেট অনুৰাগী : 'নিকৃষ্টতম বিশ্বকাপ' আখ্যা
author img

By

Published : Jun 14, 2019, 9:15 AM IST

নিউজ ডেস্ক, ১৪ জুন : ক্ৰিকেট বিশ্বকাপৰ ৪ খনকৈ মেচ বৰষুণৰ বাবে পৰিত্যক্ত হোৱাৰ পাছতে ক্ষুণ্ণ হৈ পৰিছে ক্ৰিকেটপ্ৰেমীসকল । কিছুসংখ্যক লোকে ১২ সংখ্যক বিশ্বকাপক 'নিকৃষ্টতম বিশ্বকাপ' বুলিও ক'বলৈ কুণ্ঠাবোধ কৰা নাই । বৃহস্পতিবাৰে বৰষুণৰ বাবে ভাৰত বনাম নিউজিলেণ্ডৰ মেচ স্থগিত হোৱাৰ পাছতে টুইটাৰৰ জৰিয়তে অনুৰাগীসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

ETV BHARAT ASSAM
ক্ৰিকেট অনুৰাগীৰ 'নিকৃষ্টতম বিশ্বকাপ' আখ্যা
ETV BHARAT ASSAM
ক্ৰিকেট অনুৰাগীৰ 'নিকৃষ্টতম বিশ্বকাপ' আখ্যা

কিছু অনুৰাগী ইয়াক লৈ অসন্তুষ্ট হৈ পৰাৰ সময়তে আন কিছুয়ে আকৌ বিভিন্ন হাস্যকৰ আৰু ৰসাল টুইটেৰে হাঁহিৰ খোৰাক যোগাইছে ।

ETV BHARAT ASSAM
হাস্যকৰ আৰু ৰসাল টুইট
ETV BHARAT ASSAM
হাস্যকৰ আৰু ৰসাল টুইট
ETV BHARAT ASSAM
হাস্যকৰ আৰু ৰসাল টুইট

উল্লেখ্য যে, বৃহস্পতিবাৰে মেচ পৰিত্যক্ত ঘোষণা হোৱাৰ পাছতে পইন্ট তালিকাত নিউজিলেণ্ড দলে ৭ পইন্টেৰে শীৰ্ষ স্থান দখল কৰাৰ উপৰি ৬ পইন্টেৰে দ্বিতীয় স্থানত অষ্ট্ৰেলিয়া আৰু ৫ পইন্ট সংগ্ৰহেৰে তৃতীয় স্থানত আছে ভাৰতীয় দল । ইয়াৰোপৰি, তালিকাৰ অন্তিম স্থানত বৰ্তি ৰৈছে দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তান ।

ETV BHARAT ASSAM
পইন্ট তালিকা

উল্লেখ্য যে, বিশ্বকাপ ২০১৯ ত ভাৰত আৰু নিউজিলেণ্ডে বৰ্তমানলৈকৈ এখনো খেলত পৰাজিত হোৱা নাই । ভাৰতে ১৬ জুনত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ উপৰি দক্ষিণ আফ্ৰিকাই আফগানিস্তানৰ বিৰুদ্ধে ১৫ জুনত অৱতীৰ্ণ হ'ব ।

FANS VENT FRUSTRATION AFTER ANOTHER WASHOUT

নিৰাশ ক্ৰিকেট অনুৰাগী : 'নিকৃষ্টতম বিশ্বকাপ' আখ্যা

নিউজ ডেস্ক, ১৪ জুন : ক্ৰিকেট বিশ্বকাপৰ ৪ খনকৈ মেচ বৰষুণৰ বাবে পৰিত্যক্ত হোৱাৰ পাছত ক্ষুণ্ণ হৈ পৰিছে ক্ৰিকেটপ্ৰেমী সকল । কিছুসংখ্যক লোকে ১২ সংখ্যক বিশ্বকাপক 'নিকৃষ্টতম বিশ্বকাপ' বুলি ক'বলৈও কুণ্ঠাবোধ কৰা নাই । বৃহস্পতিবাৰে বৰষুণৰ বাবে ভাৰত বনাম নিউজিলেণ্ডৰ মেচ স্থগিত হোৱাৰ পাছতে টুইটাৰৰ জৰিয়তে অনুৰাগীসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

কিছু অনুৰাগী ইয়াক লৈ অসন্তুষ্ট হৈ পৰাৰ সময়তে আন কিছুয়ে আকৌ বিভিন্ন হাস্যকৰ আৰু ৰসাল টুইট কৰি হাঁহিৰ খোৰাক দিয়া দেখা গ'ল ।

উল্লেখ্য যে, বৃহস্পতিবাৰে মেচ পৰিত্যক্ত ঘোষণা হোৱাৰ পাছতে পইন্ট তালিকাত নিউজিলেণ্ড দলে ৭ পইন্টেৰে শীৰ্ষ স্থান দখল কৰাৰ উপৰি ৬ পইন্টেৰে দ্বিতীয় স্থানত অষ্ট্ৰেলিয়া আৰু ৫ পইন্ট সংগ্ৰহেৰে তৃতীয় স্থানত আছে ভাৰতীয় দল । ইয়াৰোপৰি, তালিকাৰ অন্তিম স্থানত বৰ্তি ৰৈছে দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তান

উল্লেখ্য যে, বিশ্বকাপ ২০১৯ ত ভাৰত আৰু নিউজিলেণ্ডে এখনো খেলত পৰাজিত হোৱা নাই । ভাৰতে ১৬ জুনত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ উপৰি দক্ষিণ আফ্ৰিকাই আফগানিস্তানৰ বিৰুদ্ধে ১৫ জুনত অৱতীৰ্ণ হ'ব । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.