ETV Bharat / sports

ভাৰত-বাংলাদেশ দ্বিতীয় টি-20 ত বতৰে দিব নেকি বিধি-পথালি !

author img

By

Published : Nov 7, 2019, 5:39 PM IST

ভাৰত-বাংলাদেশৰ দ্বিতীয় টি-20 ত বতৰৰ বিধি পথালিৰ সম্ভাৱনা ৷ ঘূৰ্ণী বতাহ ‘মহা’ৰ আশংকাই দেখা দিছে মেচখনত ৷

ভাৰত-বাংলাদেশ দ্বিতীয় টি-20 ত বতৰে দিব নেকি বিধি-পথালি !

স্পৰ্টছ ডেস্ক, 7 নৱেম্বৰ: প্ৰথমখন টি-20 ত দিল্লীৰ বায়ু প্ৰদূষণে বিধি-পথালি সৃষ্টি কৰাৰ জল্পনা-কল্পনাৰ পাচতে পুনৰ দ্বিতীয়খন টি-20 ত নামিছে অনিশ্চয়তা ৷ এইবাৰ ঘূৰ্ণী বতাহৰ কৱলত পৰাৰ সম্ভাৱনা ৰাজকোটত অনুষ্ঠিত হ’বলগীয়া মেচখন ৷ এই সন্দৰ্ভত হিমাংশু শ্বাহৰ সৈতে সাক্ষাৎকাৰ ইটিভি ভাৰতৰ সাংবাদিকৰ ৷

ৰাজকোটৰ বতৰৰ পৰিস্থিতি

সৌৰাষ্ট্ৰ ক্ৰিকেট এশ্ব’ছিয়েচনৰ সচিব হিমাংশু শ্বাহে কয়, মেচখন অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ সাজু খেলপথাৰ ৷ ৰাজকোটত বুধবাৰে নিশা প্ৰৱল বৃষ্টিপাত হৈছিল যদিও বৰ্তমান গ্ৰাউণ্ড ষ্টাফে পানী নিৰ্গত কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে হিমাংশু শ্বাহে ৷

ভাৰত-বাংলাদেশৰ দ্বিতীয় টি-20
ভাৰত-বাংলাদেশৰ দ্বিতীয় টি-20

পিট্ছ আৰু খেলপথাৰৰ চাৰিওদিশ বৰ্তমান খেলৰ বাবে সম্পূৰ্ণ উপযোগী বুলি কয় সচিবগৰাকীয়ে ৷

Intro:Body:

T20 Weather Report Ban-india 2nd t20

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.