ETV Bharat / sports

ডেভিদ ৱাৰ্ণাৰৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো ত্ৰি-শতক

author img

By

Published : Nov 30, 2019, 4:27 PM IST

পাকিস্তানৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত ডেভিদ ৱাৰ্ণাৰৰ প্ৰথমটো ত্ৰি-শতক ৷ ৱাৰ্ণাৰৰ অপৰাজিত 335 ৰানৰ বিনিময়ত বিশাল স্ক’ৰ অষ্ট্ৰেলিয়াৰ ৷

ডেভিদ ৱাৰ্ণাৰৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো ত্ৰি-শতক
ডেভিদ ৱাৰ্ণাৰৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো ত্ৰি-শতক

স্পৰ্টছ ডেস্ক, 30 নৱেম্বৰ: পাকিস্তানৰ বিৰুদ্ধে চলি থকা দ্বিতীয়খন টেষ্টত ডেভিদ ৱাৰ্ণাৰৰ ত্ৰি-শতক ৷ টেষ্ট ক্ৰিকেটত প্ৰথমটো ত্ৰি-শতক অৰ্জন কৰি নতুন কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় কেংগাৰু খেলুৱৈগৰাকীয়ে ৷ এই শতকেৰে ডন ব্ৰেডমেনৰ অভিলেখ ভংগ কৰি এডিলেট অ’ভেল ষ্টেডিয়ামত সৰ্বাধিক ৰান কৰা খেলুৱৈ হয় ৱাৰ্ণাৰ ৷ ইয়াৰ পূৰ্বে 299 ৰানেৰে এই অভিলেখ আছিল ব্ৰেডমেনৰ নামত ৷

টেষ্ট কেৰিয়াৰৰ প্ৰথমটো ত্ৰি-শতক
টেষ্ট কেৰিয়াৰৰ প্ৰথমটো ত্ৰি-শতক

আনহাতে টেষ্ট ক্ৰিকেটত ত্ৰি-শতক অৰ্জন কৰা অষ্ট্ৰেলিয়াৰ সপ্তম আৰু পাকিস্তানৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ চতুৰ্থজন খেলুৱৈ হৈছে ৱাৰ্ণাৰ ৷ ৱাৰ্ণাৰৰ অপৰাজিত 335 ৰানৰ বিনিময়তে অষ্ট্ৰেলিয়াই দ্বিতীয় দিনা 3 উইকেট হেৰুৱাই 589 ৰানত প্ৰথম ইনিংছ ঘোষণা কৰে ৷ ৱাৰ্ণাৰৰ লগতে মাৰ্নছ লাবুচানে 162 ৰান কৰিবলৈ সক্ষম হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.