ETV Bharat / sports

আইপিএলৰ ত্ৰয়োদশ সংস্কৰণত অসমৰ চাৰি যুৱ ক্ৰিকেটাৰ

author img

By

Published : Aug 16, 2020, 11:55 PM IST

আইপিএলৰ ফ্ৰেনন্সাইছি ৰাজস্থান ৰয়েলছ, হায়দৰাবাদ ছানৰাইজাৰ্ছ দলত অসমৰ যুৱ ক্ৰিকেটাৰ ৷ নেট বলাৰ হিচাপে নিৰ্বাচিত অসমৰ চাৰি খেলুৱৈ ৷

4 cricketers from Assam selected to b4 cricketers from Assam selected to be part of IPL-13e part of IPL-13
4 cricketers from Assam selected to be part of IPL-13

স্পৰ্টছ ডেস্ক, 16 আগষ্ট: চলিত বৰ্ষৰ 19 ছেপ্তেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰেটত অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ ত্ৰয়োদশ সংস্কৰণত নেট বলাৰ হিচাপে স্থান লাভ অসমৰ চাৰি যুৱ ক্ৰিকেটাৰ ৷

আইপিএলৰ ফ্ৰেনন্সাইছি ৰাজস্থান ৰয়েলছত নেট বলাৰ হিচাপে স্থান লাভ কৰিছে লখিমপুৰৰ জিতুমনি কলিতা (ৰাইট আৰ্ম স্পীনাৰ), শিলচৰৰ ৰাহুল সিং (লেফ্ট আৰ্ম স্পীনাৰ) আৰু নগাঁৱৰ মৃন্ময় দত্তই (লেফ্ট আৰ্ম পেছাৰ) ৷ ইফালে হায়দৰাবাদ চানৰাইজাৰ্ছ দলে নিৰ্বাচন কৰিছে ডিব্ৰুগড়ৰ মুখতাৰ হুচেইনক (ৰাইট আৰ্ম ফাষ্ট বলাৰ)

কৰ’ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখিয়ে এইবাৰ ভাৰতৰ সলনি সংযুক্ত আৰৱ আমিৰেটত আয়োজন কৰা হ’ব আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ ৷ অহা 19 ছেপ্তেম্বৰৰ পৰা 10 নৱেম্বৰলৈ অনুষ্ঠিত হ’ব এই হাই ভল্টেজ লীগ প্ৰতিযোগিতাখন ৷ কৰ’ণা ভাইৰাছৰ নীতি-নিয়ম অনুসৰিয়ে দল সমূহক নিজ নিজ নেট বলাৰ বাচনি কৰাৰ অনুমতি প্ৰদান কৰা হৈছে ফল স্বৰূপে অসমৰ এই চাৰিখেলুৱৈয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে চাওক-সমাপ্ত হ’ল এক বৰ্ণিল অধ্যায়ৰ : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় ধোনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.