ETV Bharat / sitara

বিদেশতো কাঞ্চনজংঘা মুক্তি দিয়াৰ পৰিকল্পনা জুবিন গাৰ্গৰ

author img

By

Published : Aug 29, 2019, 9:26 PM IST

মুঠ ৬৭ টা চিত্ৰগৃহত প্ৰদৰ্শন হ'ব জুবিন গাৰ্গৰ কাঞ্চনজংঘা ৷

বিদেশতো কাঞ্চনজংঘা মুক্তি দিয়াৰ পৰিপকল্পনা জুবিন গাৰ্গৰ

ধেমাজি ,২৯আগষ্টঃ অসমৰ আটাইকেইটা চিত্ৰগৃহৰ লগতে হায়দৰাবাদ , দিল্লী, পুনেৰ ছবিগৃহতো মুক্তি দিয়া হ'ব কাঞ্চনজংঘাক ৷ অসমৰ মুঠ ৬৭ টা চিত্ৰগৃহত একেলগে মুক্তি দিব জুবিন গাৰ্গৰ পৰিচালিত বহু প্ৰত্যাশিত ছবি কাঞ্চনজংঘা ৷ সেই উদ্দেশ্যে বৃহস্পতিবাৰে ছবিখন প্ৰচাৰৰ বাবে ধেমাজিত উপস্থিত হয় জুবিন গাৰ্গ আৰু ছবিখনৰ কলা-কুশলীসকল ৷ প্ৰথমে শিল্পীগৰাকীয়ে ধেমাজি আছুৰ কাৰ্যালয়ত উপস্থিত হৈ শ্বহীদ উদ্যানত এটি গছ পুলি ৰোপন কৰে ৷ ইয়াৰ পিছতে ধেমাজি মহাবিদ্যালয়ৰ মুকলি মঞ্চত ধেমাজি মহাবিদ্যালয়ৰ আছুৰ গোট , ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা , জুবিন ফেন ক্লাৱৰ উদ্যোগত আয়োজিত অন্তৰংগ আলাপ অনুষ্ঠানত অংশ লয় ৷ জুবিন গাৰ্গৰ উপস্থিতিত অসংখ্য গুণমুগ্ধ আৰু শ শ ছাত্ৰ ছাত্ৰীয়ে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হয় ৷ সকলোৱে উষ্ম সম্বৰ্ধনা জনাই মৰমৰ শিল্পীজনক ৷

বিদেশতো কাঞ্চনজংঘা মুক্তি দিয়াৰ পৰিপকল্পনা জুবিন গাৰ্গৰ

ইপিনে শিল্পীগৰাকীয়ে ধেমাজিত চিত্ৰগৃহ অভাৱৰ বাবে দুখ প্ৰকাশ কৰি লক্ষীমপুৰত গৈ ছবিখন উপভোগ কৰিবলৈ আহ্বান জনাই ধেমাজিবাসীক ৷ অসমৰ আটাইকেইটা ছবিগৃহৰ লগতে অসমৰ বাহিৰৰ হায়দৰাবাদ , কলকাতা , পুনে দিল্লী মুক্তিত পাবলগীয়া ছবিখন পৰৱৰ্তী সময়ত ভাৰতৰ বাহিৰতো কাঞ্চনজংঘা প্ৰদশৰ্নৰ পৰিকল্পনা কৰিছে শিল্পীগৰাকীয়ে ৷ উল্লেখ্য যে, ৫ ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে কাঞ্চনজংঘাৰ প্ৰচাৰ অভিযান সামৰণি পৰিব ৷

Intro:বিদেশতো কাঞ্চন জংঘা মুক্তি দিয়াৰ পৰিপকল্পনা জুবিন গাগ’ৰ ৷ মুঠ ৬৭ টা চিতগৃহত প্ৰদৰ্শন হব ছৱিখন ৷Body:বিদেশতো কাঞ্চন জংঘা মুক্তি দিয়াৰ পৰিপকল্পনা জুবিন গাগ’ৰ ৷ মুঠ ৬৭ টা চিতগৃহত প্ৰদৰ্শন হব ছৱিখন ৷

ধেমাজি , ২৯ আগষ্ট : অসমৰ আটাইকেইটা চিত্ৰগৃহৰ লগতে অসমৰ বাহিৰৰ হায়দৰাবাদ , দিল্লী পুনে ছৱিগৃহতো মুক্তি দিব বহু চচি’ত প্ৰতীক্ষিত কাঞ্চনজংঘা ক ৷ মুঠ ৬৭ টা চিত্ৰগৃহত একেলগে মুক্তি দিব জুবিন গাগ’ৰ পৰিচালিত " এই কাঞ্চনজংঘা ৷ সেই উদ্দেশ্য বৃহস্পতিবাৰে প্ৰচাৰৰ উদ্দেশ্য ধেমাজিত উপস্থিত হয় জুবিন গাগ’ আৰু ছৱিখনৰ কলা কৌশলীসকল ৷ প্ৰথমে শিল্পীগৰাকীয়ে ধেমাজি আছুৰ কাৰ্যালয় ত উপস্থিত হৈ স্বহীদ উদ্যানত এটি গছ পুলি ৰোপন কৰে ৷ইয়াৰ পিছতে ধেমাজি মহাবিদ্যালয়ৰ মুকলি মঞ্চত ধেমাজি মহাবিদ্যালয়ৰ আছুৰ গোট , ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা , জুবিন ফেন ক্লাৱৰ উদ্যোগত আয়োজিত অন্ত ৰংগ আলাপ অনুষ্ঠানত অংশ লয় ৷ জুবিন গাগ’ৰ উপস্থিতিত অসংখ্য গুণমুগ্ধ আৰু শ শ ছাত্ৰ ছাত্ৰীয়ে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হয় ৷ উষ্ম সম্বধনা জনাই মৰমৰ শিল্পীজনক ৷ সকলোকে কাঞ্চনজংঘা চাবলৈ আহ্‌বান জনাই। লগতে শিল্পীগৰাকীয়ে বোলছবিখনৰ দুটা গীত পৰিৱেশন কৰে ৷

Conclusion:
ইপিনে শিল্পীগৰাকীয়ে ধেমাজিত চিত্ৰগৃহ অভাৱৰ বাবে দখ প্ৰকাশ কৰি লক্ষীমপুৰ ত গৈ য়ে ছৱিখন উপভোগ কৰিবলৈ আহ্বান জনাই ৷ অসমৰ আটাইকেইটা ছৱি গৃহৰ লগতে অসমৰ বাহিৰৰ হায়দৰাবাদ , কলকতা , পুনে দিল্লী মুক্তি পাবলগীয়া ছৱিখন পৰৱৰ্তী সময়ত ভাৰতৰ বাহিৰতো কাঞ্চনজংঘা প্ৰদশৰ্নৰ পৰিকল্পনা কৰিছে শিল্পীগৰাকীয়ে ৷ অহা ৫ ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে কাঞ্চনজংঘাৰ প্ৰচাৰ অভিযান সামৰণি পৰিব ৷

byte. .,jubin garg

Pradunya Bharali , Dhemaji , Assam , 29/8/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.