ছিটাৰা ডেক্স, 31 আগষ্টঃ সাম্প্ৰতিক সময়ত বলিউদত নিজৰ স্থান এককভাৱে জিলিকাই ৰাখিবলৈ সক্ষম হোৱা অভিনেতা ৰাজকুমাৰ ৰাও কোনো ফিল্মী পৰিয়ালৰ সদস্য নহয় আনকি তেখেতে ছবি ছগতত ধৰ্মা প্ৰডাকছনৰ ছবিৰ জৰিয়তেও পদৰ্পন কৰা নাছিল ৷ কিন্তু নিজৰ অপ্ৰতীম অভিনয় শৈলীৰ বাবে আজি তেখেত ভাৰতীয় ছবি জগতত নিজকে এককভাৱে উজলাই তুলিবলৈ সক্ষম হৈছে ৷ বিগ বাজেটৰ চুপাৰষ্টাৰ বাহন আৰু ৰিমেকসমূহৰ পৰা পৃথক হৈ ৰাজকুমাৰ ৰাৱে এগৰাকী ‘চৰিত্ৰ অভিনেতা’ৰ বাখ্যাক সুন্দৰ ৰূপত ফুটাই তুলিবলৈ সক্ষম হৈছে ৷ তেখেতৰ গেংছ অৱ বাছেপুৰ, কাই পো ছে, স্ত্ৰী, কুইন, নিউটন, ট্ৰেপড, আলীগড়, বৰেলী কী বৰফী আদি প্ৰতিখন ছবিতেই জাক জমাকতাৰ বাহিৰত এগৰাকী সাধাৰণ যুৱকৰ ছৰিত্ৰ ৰূপায়নৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷ তেখেৰ অভিনীয় ‘শ্বাহিদ’ ছবিৰ বাবে তেখেতৰ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ লগতে ফিল্মফেয়াৰ ক্ৰিটিক্স বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ বৰ্তমানলৈকে প্ৰায় 31 খন ছবিত অভিনয় কৰা ৰাজকুমাৰ ৰাওৰ প্ৰতিটো ছৰিত্ৰই এটা আনটোৰ পৰা পৃথক ৷
বলিউডৰ ‘একক চৰিত্ৰ অভিনেতা’ ৰাজকুমাৰ ৰাওলৈ জন্মদিনৰ শুভেচ্ছা
বিগ বাজেটৰ চুপাৰষ্টাৰ বাহন আৰু ৰিমেকসমূহৰ পৰা পৃথকে হৈ ৰাজকুমাৰ ৰাৱে এগৰাকী ‘চৰিত্ৰ অভিনেতা’ৰ বাখ্যাক সুন্দৰ ৰূপত ফুটাই তুলিবলৈ সক্ষম হৈছে ৷ তেখেতৰ গেংছ অৱ বাছেপুৰ, কাই পো ছে, স্ত্ৰী, কুইন, নিউটন, ট্ৰেপড, আলীগড়, বৰেলী কী বৰফী আদি প্ৰতিখন ছবিতেই জাক জমাকতাৰ বাহিৰত এগৰাকী সাধাৰণ যুৱকৰ ছৰিত্ৰ ৰূপায়নৰ জৰিয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷