ETV Bharat / sitara

তিনিচুকীয়াত বাধাৰ সন্মুখীন "কাঞ্চনজংঘা "

author img

By

Published : Sep 6, 2019, 2:42 PM IST

মুক্তিৰ দিনাই অসম বন্ধৰ বাবে তিনিচুকীয়াত বাধাৰ সন্মুখীন জুবিন গাৰ্গৰ কাঞ্চনজংঘা

তিনিচুকীয়াত বাধাৰ সন্মুখীন "কাঞ্চনজংঘা "
  • আজি মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি কাঞ্চনজংঘা
  • কিন্তু আজি বজৰংগ দলে ঘোষণা কৰা অসম বন্ধৰ ফলত ঠায়ে ঠায়ে অসুবিধাৰ সৃষ্টি
  • তিনিচুকীয়া চহৰৰ গেলেৰীয়া আৰু ৰংঘৰত মুক্তি পোৱা কাঞ্চনজংঘাৰ সকলো দৰ্শনীৰ বুকিং সম্পূৰ্ণ
  • তাৰ পিছতো বন্ধ ৰখা হ'ল ছবিগৃহ দুটা
  • অৱশেষত ছবিখন চাবলৈ অহা ৰাইজ আৰু সাংবাদিকৰ তৎপৰতাত খুলিবলৈ বাধ্য হয় ছবিগৃহ

Intro:Anchor Intro:- আজি মুক্তি লাভ কৰা জুবিন গাৰ্গৰ প্ৰত্যাশিত কাঞ্চনজঙ্ঘা ছবি অসম বন্ধৰ বাবে দৰ্শকৰ চোৱাত অসুবিধা সৃষ্টি হৈছে তিনিচুকীয়াত। তিনিচুকীয়া চহৰৰ গেলেৰীয়া আৰু ৰংঘত মুক্তি পোৱা কাঞ্চনজঙ্ঘাৰ সকলো দৰ্শনী সম্পূৰ্ণ বুকিং হোৱাৰ পিছত বজৰং দলৰ অসম বন্ধই প্ৰভাৱ পেলাইছে দৰ্শকক। অৱশেষত বন্ধ ৰখা হল দুটা সাংবাদিক আৰু দৰ্শনৰ তৎপৰতাত খুলিবলৈ বাধ্য হৈ। সাংবাদিক প্ৰশান্ত খাটোৱালৰ এক প্ৰতিবেদন

Body:Dl

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.