ETV Bharat / sitara

চীনত অভিলেখ ৰচিছে আন্ধাধুনে

বলিউডৰ চলচ্চিত্ৰ আন্ধাধুনে হলিউডৰ বহু চলচ্চিত্ৰক চেৰ পেলাই চীনত উপাৰ্জন কৰিছে ৪০ মিলিয়ন ডলাৰ

author img

By

Published : Apr 21, 2019, 3:18 PM IST

চীনত অভিলেখ ৰচিছে আন্ধাধুনে

নিউজ ডেক্স,২১ এপ্ৰিলঃ আয়ুষ্মান খুৰানা অভিনীত ছবি আন্ধাধুনে চীনত অৰ্জন কৰিছে ব্যাপক সফলতা। দেশৰ বহু বলিউডৰ চলচ্চিত্ৰক চেৰ পেলোৱাৰ উপৰিও বহু হলিউডৰ চলচ্চিত্ৰক চেৰ পেলাই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । বৰ্তমানলৈকে চলচ্চিত্ৰখনে চীনৰ থিয়েটাৰত ৪০ মিলিয়ন ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।

etv_bharat_assam
চীনত অভিলেখ ৰচিছে আন্ধাধুনে

উল্লেখ্য যে, অক্টোবৰ মাহত মুক্তি পোৱা চলচ্চিত্ৰখনে ভাৰতত মুঠ ৭৩ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল । চলচ্চিত্ৰখনে বৰ্তমানলৈকে চীনত ৪০ মিলিয়ন ডলাৰ অৰ্জন কৰি চীনত মুক্তি দিয়া বলিউড ছবি থাগছ অৱ হিন্দুস্থান ,পেডমেন আনকি বাহুবলীকো চেৰ পেলাবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে ।

ANDHADHUN BOX OFFICE COLLECTION IN CHINA

চীনত অভিলেখ ৰচিছে আন্ধাধুনে 

বলিউডৰ চলচ্চিত্ৰ আন্ধাধুনে হলিউডৰ বহু চলচ্চিত্ৰক চেৰ পেলাই চীনত  উপাৰ্জন কৰিছে ৪০ মিলিয়ন ডলাৰ 

নিউজ ডেক্স,২১ এপ্ৰিলঃ আয়ুষ্মান খুৰানা অভিনীত ছবি আন্ধাধুনে চীনত অৰ্জন কৰিছে ব্যাপক সফলতা । দেশৰ বহু বলিউডৰ চলচ্চিত্ৰক চেৰ পেলোৱাৰ উপৰিও বহু হলিউডৰ চলচ্চিত্ৰক চেৰ পেলাই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে । বৰ্তমানলৈকে চলচ্চিত্ৰখনে চীনৰ থিয়েটাৰত ৪০ মিলিয়ন ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । 
উল্লেখ্য যে, অক্টোবৰ মাহত মুক্তি পোৱা চলচ্চিত্ৰখনে ভাৰতত মুঠ ৭৩ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল । চলচ্চিত্ৰখনে বৰ্তমানলৈকে চীনত ৪০ মিলিয়ন ডলাৰ অৰ্জন কৰি চীনত মুক্তি দিয়া বলিউড ছবি থাগছ অৱ হিন্দুস্থান ,পেডমেন  আনকি বাহুবলীকো চেৰ পেলাবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.