ETV Bharat / sitara

অংগ দান কৰিব ৰিতেশ, জেনেলিয়াই

author img

By

Published : Jul 2, 2020, 8:33 PM IST

বলীউডৰ জনপ্ৰিয় তাৰকা ৰিতেশ দেশমুখ আৰু জেনেলিয়া ডিচ'জাই শেহতীয়াকৈ এক সিদ্ধান্ত গ্ৰহণ কৰে যে অংগদান কৰিব দুয়োগৰাকী তাৰকাই ৷

riteish and genelia deshmukh pledge to donate organs on national doctors day
অংগ দান কৰিব ৰিতেশ ,জেনেলিয়াই

চিটাৰা ডেস্ক,2জুলাইঃ বুধবাৰে চিকিৎসক দিৱস উপলক্ষে অভিনেতা ৰিতেশ দেশমুখ আৰু জেনেলিয়া ডিচ'জাই গ্ৰহণ কৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ চিকিৎসক দিৱসৰ শুভক্ষণত দুয়োৱে সিদ্ধান্ত লয় যে, অংগ দান কৰিব দুয়ো তাৰকাই ৷

এটা ভিডিঅ' যোগে এই কথা শ্বেয়াৰ কৰে তাৰকাদ্বয়ে ৷ লগতে আনকো এনে মহান কাম কৰিবৰ বাবে উৎসাহিত কৰে তাৰকা দম্পতীয়ে ৷

দুয়োৰে এনে মহান সিদ্ধান্তৰ বাবে এতিয়া দুয়োৰে শলাগ লৈছে তেওঁলোকৰ অনুৰাগীসকলে ৷ লগতে এই বিশেষ ভিডিঅ'টো শ্বেয়াৰ কৰা কিছুসময়ৰ পিছতে পচন্দ কৰিছে লাখৰো অধিক অনুৰাগীয়ে ৷

লগতে পঢ়কঃ"বেল বুটাম"ত অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰিব বাণী কাপুৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.