চিটাৰা ডেস্ক,22 জুলাইঃ বিগত কিছুদিন পূৰ্বে ক'ভিড-19 ৰোগত আক্ৰান্ত হোৱাৰ ফলত মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্ত্তি হৈ আছে বলীউডৰ প্ৰসিদ্ধ অভিনেতা অমিতাভ বচ্চন ৷ কিন্তু কৰ'ণা যুদ্ধৰ মাজতে তেওঁ সক্ৰিয় হৈ আছে ছ'চিয়েল মিডিয়া ক্ষেত্ৰখনত ৷ ছ'চিয়েল মিডিয়াৰ সহায়েৰে অমিতাভ বচ্চনে নিজৰ স্বাস্থ্যৰ প্ৰতিটো খবৰ প্ৰদান কৰি আছে অনুৰাগীসকলক ৷
-
T 3601 - I am moved to tears !
— Amitabh Bachchan (@SrBachchan) July 21, 2020 " class="align-text-top noRightClick twitterSection" data="
Wroclaw, Poland was awarded UNESCO City of Literature, today they organised a recitation of Babuji’s Madhushala by University students on the roof of the University building. They pass the message Wroclaw is a City of Dr Harivansh Rai Bachchan. pic.twitter.com/Rvl4q7Liof
">T 3601 - I am moved to tears !
— Amitabh Bachchan (@SrBachchan) July 21, 2020
Wroclaw, Poland was awarded UNESCO City of Literature, today they organised a recitation of Babuji’s Madhushala by University students on the roof of the University building. They pass the message Wroclaw is a City of Dr Harivansh Rai Bachchan. pic.twitter.com/Rvl4q7LiofT 3601 - I am moved to tears !
— Amitabh Bachchan (@SrBachchan) July 21, 2020
Wroclaw, Poland was awarded UNESCO City of Literature, today they organised a recitation of Babuji’s Madhushala by University students on the roof of the University building. They pass the message Wroclaw is a City of Dr Harivansh Rai Bachchan. pic.twitter.com/Rvl4q7Liof
শেহতীয়াকৈ তেওঁ এটা টুইট শ্বেয়াৰ কৰিছে,য'ত তেওঁ যথেষ্ট আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে ৷ পোলেণ্ডৰ এখন বিশ্ববিদ্যালয়ত বিগ বিৰ পিতৃ হৰিবংশ ৰায়ৰ মধুশালা নামৰ জনপ্ৰিয় কবিতাটো পাঠ কৰাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি যথেষ্ট আৱেগিক হৈ পৰিছে জ্যেষ্ঠ অভিনেতাগৰাকী ৷
অমিতাভ বচ্চনে টুইট যোগে এই বিশেষ ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পিছতে ভিডিঅ'টো সম্প্ৰতি যথেষ্ট ভাইৰেল হৈ পৰিছে অনুৰাগীৰ মাজত ৷
লগতে পঢ়কঃচলমান খানৰ অনুৰাগীৰ বাবে বেয়া খবৰ, দীপাৱলীত মুক্তি নহয় "ৰাধে"