চিটাৰা ডেস্ক,2 নৱেম্বৰ : মায়ানগৰী মুম্বাইক পাহৰিব পৰা নাই অভিনেত্ৰী কংগনা ৰাণাৱটে ৷ সম্প্ৰতি নিজ গৃহস্থান মানালীত পৰিয়ালৰ সৈতে থকা কংগনাই সোমবাৰে মুম্বাইৰ স্মৃতিক লৈ নষ্টালজিক হৈ পৰে ৷
-
One thing I miss the most about Mumbai is horse back riding every other morning in race course, I have never been a sports person but I find meditative partnership with my horse, being one with another being is such as exhilarating experience #MondayMotivation pic.twitter.com/nawGCHoSgO
— Kangana Ranaut (@KanganaTeam) November 2, 2020 " class="align-text-top noRightClick twitterSection" data="
">One thing I miss the most about Mumbai is horse back riding every other morning in race course, I have never been a sports person but I find meditative partnership with my horse, being one with another being is such as exhilarating experience #MondayMotivation pic.twitter.com/nawGCHoSgO
— Kangana Ranaut (@KanganaTeam) November 2, 2020One thing I miss the most about Mumbai is horse back riding every other morning in race course, I have never been a sports person but I find meditative partnership with my horse, being one with another being is such as exhilarating experience #MondayMotivation pic.twitter.com/nawGCHoSgO
— Kangana Ranaut (@KanganaTeam) November 2, 2020
মুম্বাইত তেওঁৰ আটাইতকৈ স্মৰণীয় আৰু ভাল লগা কামটো হৈছে ‘ঘোঁৰাচালনা’,যিটো তেওঁ কেতিয়াও পাহৰিব নোৱাৰে ৷
কুইন কংগনাই টুইটাৰযোগে ঘোঁৰাচালনাৰ এখন পুৰণি ফটো শ্বেয়াৰ কৰি এই আনন্দক স্মৰণ কৰে ৷ এক ব্যংগাত্মক কেপচনেৰে ঘোঁৰাৰ সৈতে কৰা ধ্যানমূলক অংশীদাৰিত্বৰ কথা ব্যক্ত কৰে কংগনাই ৷
সম্প্ৰতি 33 বৰ্ষীয় অভিনেত্ৰী কংগনাই তেওঁৰ আহিবলগীয়া দেশপ্ৰেমমূলক ছবি ‘তেজাচ’ৰ শ্বুটিঙৰ বাবে প্ৰস্তুতি চলাই আছে ৷
লগতে পঢ়ক : যেতিয়া প্ৰথমবাৰৰ বাবে ইৰফানে পুত্ৰক মঞ্চত দেখিছিল