ETV Bharat / jagte-raho

ৰাজ্যত বৃদ্ধি পাইছে মহিলা-যুৱতী নিৰুদ্দেশৰ ঘটনা - সন্ধানহীন

যুৱতী নিৰুদ্দেশৰ ঘটনা সংঘটিত হ'ল তিনিচুকীয়াৰ কাকপথাৰৰ লগতে বাক্সাৰ তামোলপুৰত ৷ কাকপথাৰৰ পৰা সন্ধানহীন যুৱতীগৰাকীৰ নাম শলীনা তাঁতী আৰু তামোলপুৰৰ পৰা সন্ধানহীন যুৱতীগৰাকীৰ নাম নিকিতা চৰকাৰ ৷

ৰাজ্যত বৃদ্ধি পাইছে মহিলা-যুৱতী নিৰুদ্দেশৰ ঘটনা
author img

By

Published : Sep 7, 2019, 10:04 AM IST

নিউজ ডেস্ক, 7 চেপ্তেম্বৰঃ

  • যুৱতী নিৰুদ্দেশৰ ঘটনা সংঘটিত হ'ল তিনিচুকীয়াৰ কাকপথাৰৰ লগতে বাক্সাৰ তামোলপুৰত
  • কাকপথাৰৰ ১ নং ফৰেষ্ট গেটৰ শৰৎ তাঁতীৰ কন্যা শলীনা তাঁতী যোৱা ২ চেপ্তেম্বৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছে
  • যুৱতী গৰাকীৰ সম্ভেদ পালে সদাশয় ব্যক্তিক স্থানীয় আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে
  • ইতিমধ্যে কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে
    নিৰুদৃষ্ট শলীনা তাঁতী
    নিৰুদ্দিষ্ট শলীনা তাঁতী
  • ইপিনে, বাক্সাৰ তামোলপুৰৰ পৰা সন্ধানহীন যুৱতীগৰাকীৰ নাম নিকিতা চৰকাৰ
  • 3 চেপ্তম্বৰৰ পৰা ছাত্ৰীগৰাকী ৰহস্যজনকভাবে নিৰুদ্দিষ্ট হৈ আছে
  • উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি আছিল ছাত্ৰী গৰাকীয়ে
  • কলেজলৈ বুলি গৈ থকা অৱস্থাৰ পৰাই সন্ধানহীন যুৱতীগৰাকী
  • পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ
    Girls Missing in Tinisukia and baksha
    নিৰুদ্দিষ্ট নিকিতা চৰকাৰ

Intro:কাকপথাৰৰ যুৱতী নিৰুদ্দেশ

শদিয়া : তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে মহিলা, যুৱতী নিৰুদ্দেশৰ ঘটনা ৷ এইবাৰ কাকপথাৰ থানাৰ পৰা মাত্ৰ এক কি:মি: নিলগৰ পৰা এগৰাকী ১৫বছৰীয়া যুৱতী নিৰুদ্দেশ হোৱা বাতৰি আহি পৰিছে ৷ কাকপথাৰৰ ১ নং কাকপথাৰ ফৰেষ্ট গেটৰ গণেশ মন্দিৰ সমিপৰ শৰত তাঁতীৰ কন্যা শলীনা তাঁতী যোৱা ২ চেপ্তেম্বৰ সোমবাৰ নিশা প্ৰায় ১০ বজাৰ পৰা সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ যুৱতী গৰাকীৰ কিবা সম্ভেদ পালে সদাশয় ব্যক্তিক স্থানীয় আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷ ইতিমধ্যে কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে ৷Body:NoConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.