নিউজ ডেস্ক, ১১জুনঃ এজন ব্যক্তিয়ে চাকুৰে বিদ্যালয়ত আক্ৰমণ কৰি অন্য এজন ব্যক্তিক হত্যা কৰে বৃহস্পতিবাৰে শ্লকেভিয়াত। তাৰ ৫ ঘন্টা মানৰ পিছতে অপৰাধীজন আৰক্ষীৰ গুলিত নিহত হয় ।

ঘটনাতো সংঘতি হয় আমেৰিকাত বৃহস্পতিবাৰে ৷ পুৱা বিদ্যালয়খনৰ অতিৰিক্ত পৰিচালকজনক হত্যা কৰে বিদ্যালয় খনৰে প্ৰাক্তন ২২ বছৰীয়া ছাত্র এজনে । ইপিনে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কি কাৰণে ব্যক্তিজনক হত্যা কৰিলে বিদ্যালয়খনৰে প্ৰাক্তন ছাত্রজনে ।
লগতে চাওকঃ অসমৰ ৫০ লাখ পৰিয়ালৰ ঘৰে ঘৰে গৈ বিজেপিয়ে দিব চৰকাৰৰ কামৰ খতিয়ান