ETV Bharat / international

ভাৰতলৈ প্ৰত্য়াৱৰ্তনৰ বাবে সংযুক্ত আৰৱ আমিৰাতত ৩২ হাজাৰ ভাৰতীয়ৰ আৱেদন - ভাৰতীয় ৰাষ্ট্ৰদূত

আবু ধাবীত ভাৰতীয় ৰাষ্ট্ৰদূত আৰু ভাৰতীয় কনচ্যুলেটে বুধবাৰে নিশা পঞ্জীয়ণ গ্ৰহণৰ অনুমতি প্ৰদান কৰাৰ কথা উল্লেখ কৰাৰ পাচতেই অসংখ্য ভাৰতীয়ৰ দেশলৈ প্ৰত্যাৱৰ্তনৰ আৱেদন ।

Over 32,000 Indians in UAE register to fly home

author img

By

Published : May 1, 2020, 5:00 PM IST

নিউজ ডেস্ক, ১ মে' : COVID-১৯ ৰ মহামাৰী মাজতেই সযুক্ত আৰৱ আমিৰাতৰ পৰা ৩২ হাজাৰ ভাৰতীয়ৰ প্ৰত্যাৱৰ্তনৰ বাবে পঞ্জীয়ন । বৃহস্পতিবাৰে ভাৰত প্ৰত্যাৱৰ্তন মিচনৰ অধীনতেই পঞ্জীয়নৰ অনুমতি প্ৰদানৰ কথা ঘোষণা কৰিছিল ভাৰতৰ ৰাষ্ট্ৰদূতে । এই ঘোষণাৰ পাচতেই সন্ধিয়া ৫ বজালৈ প্ৰায় ৩২ হাজাৰ ভাৰতীয়ই পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে ।

বুধবাৰে নিশা আবু ধাবীত ভাৰতীয় ৰাষ্ট্ৰদূত আৰু ভাৰতীয় কনচ্যুলেটে পঞ্জীয়ন গৃহত আৱেদন কৰাৰ কথা উল্লেখ কৰিছিল । এই ঘোষণা কৰাৰ পাচতেই পঞ্জীয়ণকৃত চাইটটো কাৰকৰী বিজুতিৰো সন্মুখীন হৈছিল বুলি জানিব পৰা গৈছে ।

অৱশ্যে ডেটাবেংকে পঞ্জীকৰণ কৰা প্ৰাৰম্ভিক বিমান সমূহত আসনৰ কোনো বৈধ্যতা প্ৰদান নকৰে বুলি উল্লেখ কৰিছে । আনহাতে প্ৰথমে সৰ্বাধিক উপযুক্ত শ্ৰেণীৰ লোক সকলকহে দেশলৈ ঘূৰাই অনাৰ ব্য়ৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে ভাৰতীয় কনচ্যুলেট বিষয়াগৰাকীয়ে ।

উল্লেখ্য যে, তীব্ৰ সংকট, চিকিৎসাজনিত ঘটনা, গৰ্ভৱতী মহিলা, বৃদ্ধ আৰু ডুবাই বিমান বন্দৰত আৱদ্ধ হৈ থকা লোকক অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনা আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.