ETV Bharat / international

স্পেইনত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন চি অ’ পি25

author img

By

Published : Dec 3, 2019, 11:26 AM IST

সোমবাৰে স্পেইনৰ মাদ্ৰিদত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন চি অ’ পি25 আৰম্ভ হয় ৷ সন্মিলনখনে জলবায়ু পৰিৱৰ্তনক ৰোধ কৰাৰ প্ৰচেষ্টাই ব্যৰ্থতাৰ দুৱাৰত আহি উপস্থিত হোৱাৰ বাবেই অনুষ্ঠিত কাৰ হয় ৷ সন্মিলখনৰ মুখ্য উদ্দেশ্য হ’ল পেৰিচ চুক্তিৰ 6 নম্বৰ অনুচ্ছেদৰ বিষয়ে আলোচনা কৰা ৷

UN Climate Change Conference  held at Spain
স্পেইনত আৰম্ভ হয় ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন চি অ’ পি25

ইন্টাৰনেশ্যনেল ডেক্স, 3 ডিচেম্বৰঃ সোমবাৰে স্পেইনৰ মাদ্ৰিদত আনুষ্ঠানিকভাৱে আৰম্ভ হয় ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন চি অ’ পি25 ৷ উক্ত সন্মিলনখনত প্ৰতিনিধিসকলে 2015 চনৰ পেৰিচ চুক্তি বাস্তৱায়িত কৰাৰ বিষয়ে আলোচনা কৰে ৷ সন্মিলখনৰ মুখ্য উদ্দেশ্য হ’ল পেৰিচ চুক্তিৰ 6 নম্বৰ অনুচ্ছেদৰ বিষয়ে আলোচনা কৰা ৷ লগতে কাৰ্বন,নিৰ্গমণ ট্ৰেডিং স্কীম তথা অন্যান্য বজাৰ পদ্ধতিত মূল্য প্ৰদান কৰি স্বেচ্ছাসেৱী আন্তৰ্জাতিক সহযোগিতাৰ প্ৰচাৰৰ পদক্ষেপ গ্ৰহণ কৰা ৷

সন্মিলনখনে জলবায়ু পৰিৱৰ্তনক প্ৰশমিত কৰাৰ প্ৰচেষ্টাই ব্যৰ্থতাৰ দুৱাৰত আহি উপস্থিত হোৱাৰ বাবেই অনুষ্ঠিত কৰা হয় ৷ নিৰ্গমণ ব্যৱধানৰ ওপৰত ৰাষ্ট্ৰসংঘৰ জলবায়ু সংস্থাই বিগত সপ্তাহত প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি দেশসমূহে সন্মিলিতভাৱেই বিশ্বব্যাপী সেউজ গৃহ গেছৰ নিৰ্গমণৰ বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে ৷ ইয়াৰ অৰ্থ এইয়ে যে, এতিয়া এই সমস্যাৰ গভীৰ তথা দ্ৰুত সমাধানৰ প্ৰয়োজন ৷

ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন চি অ’ পি25

উক্ত অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানটো জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় আন্তৰাষ্ট্ৰীয় পেনেল (আইৰ পি চি চি)ৰ চেয়াৰমেন হুনছুং লিৰ এটি সতৰ্কমূলক বাক্যৰে আৰম্ভ হয় ৷ তেখেতে কয় যে, "আমি যদি এনেদৰেই চলি থাকো তেন্তে আমি গ্ৰহটোৰ তাপমাত্ৰা বৃদ্ধিৰ দিশে আৰু অধিক অগ্ৰসৰ হ'ম, যি মানৱতাৰ প্ৰতি তথা গ্ৰহটোত আমাৰ অস্তিত্বৰ বাবে ভয়ংকৰ পৰিণতিস্বৰূপ হৈ পৰিব ৷"

ৰাষ্ট্ৰসংঘৰ মহাসচিব এন্টনিঅ’ গুটেৰেচে কয় যে, বিশ্বক জলবায়ু পৰিৱৰ্তনৰ বিৰূদ্ধে যুদ্ধ জয়ৰ বাবে সংহতি আৰু নমনীয়তাৰ প্ৰয়োজন ৷ উল্লখ্য যে, উক্ত সন্মিলনখন চিলিৰ পিছত এইবাৰ স্পেইনত অনুষ্ঠিত কৰা হয় ৷ সন্মিলনখনত সভাপতিত্ব কৰে চিলিৰ পৰিৱেশ মন্ত্ৰী কেৰ’লিনা স্মিথে ৷

লগতে পঢ়ক- বিক্ৰম লেণ্ডাৰৰ ধংসাৱশেষৰ সম্ভেদ পাইছে নাছাই

********************
Thank you for using CCTV+ content.Please contact Ms. Haley HE at service@cctvplus.com or call +86 10 63960094 for any further enquiries about CCTV+ content.
********************
Madrid, Spain – Dec 2, 2019 (CCTV - No access Chinese mainland)
1. Various of banners, signs of Climate Change Conference COP25, meeting venue entrance
2. Various of attendees
3. Various of Chilean environment minister Carolina Schmidt on conference stage
4. Various of meeting venue, attendees, press center
The United Nations Climate Change Conference COP25 officially opened in Madrid, Spain on Monday, with delegates discussing measures to implement the 2015 Paris Agreement.
The major task of the conference is to discuss Article 6 of the Paris Agreement, the measures to promote voluntary international cooperation by paying a price on carbon, emission trading schemes and other market mechanisms.
The conference comes as global efforts to mitigate climate change are on the brink of failure. According to a UN Environment Programme report published last week on the emissions gap, countries have collectively failed to stop the growth in global greenhouse gas emissions, meaning that deeper and faster cuts are now required.
The opening ceremony began with a warning from Hoesung Lee, chair of the Intergovernmental Panel on Climate Change (IPCC): "If we continue as we are doing, we run the risk of increasing the temperature of the planet and that will have an effect and terrible consequences for humanity and threaten our existence."
UN Secretary General Antonio Guterres said that the world needs "solidarity and flexibility to win the war against climate change."
The event is hosted in the Spanish capital after Chile, which presides over the event, had to step down as host due to social unrest. The conference is presided over by Chilean environment minister Carolina Schmidt.
********************
Thank you for using CCTV+ content.Please contact Ms. Haley HE at service@cctvplus.com or call +86 10 63960094 for any further enquiries about CCTV+ content.
********************
Copyright 2013 CCTV. All rights reserved.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.