ETV Bharat / international

ক’ভিড-19ক পৰাজিত কৰিলে 104 বছৰীয়া এলিনাই

author img

By

Published : Dec 15, 2020, 7:58 PM IST

ক’ভিড-19ক পৰাজিত কৰিলে 104 বছৰীয়া এলিনাই ৷ স্পেইনৰ এলিনা নামৰ বৃদ্ধাগৰাকীয়ে ক’ভিড-19 ৰ পৰা আৰোগ্য লাভ কৰি সুস্থ শৰীৰে নিজৰ গৃহলৈ ৰাওনা হয় ৷

104 year old Spanish woman survives COVID-19
ক’ভিড 19ক পৰাজিত কৰিলে 104 বছৰীয়া এলেনাই

ইন্টাৰনেশ্যনেল ডেস্ক,15 ডিচেম্বৰ: ক’ভিড-19ক পৰাজিত কৰিলে এগৰাকী 104 বছৰীয়া বৃদ্ধাই ৷ অৱশেষত চিকিৎসালয়ৰ পৰা বিদায় লোৱা মুহুৰ্তত চিকিৎসক, নাৰ্চ আৰু হাস্পতাল কৰ্তৃপক্ষই তেখতৰ বাবে বজায় হাত চাপৰি ৷

স্পেইনৰ এলিনা নামৰ 104 বছৰীয়া বৃদ্ধা গৰাকী ক’ভিড-19ত আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ নিমোনিয়াতো আক্ৰান্ত হৈছিল ৷ মাদ্ৰিদ হাস্পতালৰ ক’ভিড বাৰ্ডত 14 দিনলৈ চিকিৎসাধীন হৈ আছিল তেওঁ ৷ তেওঁ হাস্পতালখনৰ 4,149 নম্বৰ গৰাকী আৰোগ্য লাভ কৰা ৰোগী ৷ বিদায় মুহুৰ্তত এলিনাক হাস্পতালখনৰ সকলো লোকেই ক’ভিড-19ক পৰাজিত কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেখেতৰ সু-স্বাস্থ্য কামনা কৰে ৷

লগতে পঢ়ক-আফগান শান্তি চুক্তিক লৈ পাক আৰ্মি চীফৰ সৈতে বাৰ্তালাপত মিলিত খালিজাড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.