ETV Bharat / international

৪.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল পাকিস্তানক - ভূমিকম্প

পাকিস্তানত ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ভূঁইকপৰ প্ৰাবল্য আছিল ৪.৮।

৪.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল পাকিস্তানক

author img

By

Published : Oct 26, 2020, 4:13 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৬ অক্টোবৰ: সোমবাৰে পুৱাই ভূমিকম্পই জোকাৰি গ'ল পাকিস্তানক। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৮। পুৱা ৪.১৪ বজাত ১০ কি:মি: গভীৰতাত জোকাৰণি অনুভূত হয়। পুৱা ৪.১৪.৪৩ বজাত ৩৬.১৩ অক্ষাংশ আৰু ৭১.৯৭ দ্ৰাঘিমাংশত ভূমিকম্পই জোকাৰি যায়। নেশ্যনেল চেণ্টাৰ ফৰ চেইচম'লজিয়ে টুইটযোগে প্ৰকাশ কৰিছে এই তথ্য। এতিয়ালৈকে ক্ষয়-ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই।

লগতে পঢ়ক:বিহাৰক বিনামুলীয়া প্ৰতিষেধক,বাকীবোৰ ৰাজ্য বাংলাদেশৰ নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.