ETV Bharat / international

আমেৰিকা ইৰাণৰ মাজত যুদ্ধঃ কাৰ শক্তি কিমান ! - US-Iran at war: Military strengths of two nations

বুধবাৰে ইৰানে ইৰাকস্থিত আমেৰিকান সেনাৰ দুটাকৈ ঘাটিত ক্ষেপনাস্ত্ৰৰে আক্ৰমণ সংঘটিত কৰে ৷ এই আক্ৰমণত আমেৰিকাৰ 80গৰাকী সৈনিক নিহত হোৱা বুলি দাবী কৰিছে তেহৰানে ৷ ইয়াৰ পিচতেই দুয়োখন দেশৰ মাজৰ পৰিস্থিতি অধিক জটিলতৰ হৈ পৰাৰ আশংকা কৰা হৈছে ৷

US-Iran at war: Military strengths of two nations
আমেৰিকা ইৰাণৰ মাজত যুদ্ধঃ কাৰ শক্তি কিমান !
author img

By

Published : Jan 9, 2020, 12:02 AM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 8 জানুৱাৰীঃ ইৰানৰ কুৱাড ফৰ্ছৰ প্ৰধান মেজৰ জেনেৰেল কাছেম ছুলেইমানিক হত্য়াৰ পিচতেই ৱাশ্বিংটন আৰু তেহৰানৰ মাজৰ সংঘাটে মানৱ সভ্যতাৰ এক চৰম অনিশ্চয়তালৈ গতি কৰিছে ৷ ছুলেইমানিৰ হত্যাৰ প্ৰতিশোধ হিচাপে বুধবাৰে ইৰানে ইৰাকস্থিত আমেৰিকান সেনাৰ দুটাকৈ ঘাটিত ক্ষেপনাস্ত্ৰৰে আক্ৰমণ সংঘটিত কৰি 80গৰাকী আমেৰিকান সৈনিক হত্যা কৰা বুলি দাবী কৰিছে ৷ ইয়াৰ পিচতেই আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে টুইটাৰযোগে ইৰানৰ এই কাণ্ডক একপ্ৰকাৰ সাৱধানবানী প্ৰদান কৰি বৃহস্পতিবাৰে ৰাতিপুৱাৰ ভাগত আমেৰিকাই ভাল খবৰ লাভ কৰিব বুলি উল্লেখ কৰিছে ৷ এই ঘটনাৰ পিচতেই দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ অধিক অৱনতি ঘটিব বুলি বিশ্ববাসীয়ে আংশকা প্ৰকাশ কৰিছে ৷

আমেৰিকা ইৰাণৰ মাজত যুদ্ধঃ কাৰ শক্তি কিমান !
আমেৰিকা ইৰাণৰ মাজত যুদ্ধঃ কাৰ শক্তি কিমান !

এনে অৱস্থাত দুয়োখন দেশৰ সামৰিক শক্তিৰ এক তুলনামুলক প্ৰতিবেদনঃ

যেতিয়াই ইৰান আৰু আমেৰিকাৰ মাজৰ সামৰিক শক্তিৰ কথা কোৱা হয়, ইৰানৰ দৰে দেশ আমেৰিকাৰ সৈতে তুলনাতে নাহে ৷ অৱশ্যে তৈলখণ্ডৰ বাবে ইৰানে বিশ্বৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ স্থান অধিগ্ৰহণ কৰি আছে যদিও সামৰিক ক্ষেত্ৰত আমেৰিকাই বিশ্বৰ ভিতৰতে প্ৰথমস্থানত আছে ৷ প্ৰায় 716 বিলিয়ন আমেৰিকান ডলাৰ প্ৰতিৰক্ষা বাজেটৰ নামত ব্যয় কৰা আমেৰিকাৰ হাতত থকা সৈনিকৰ সৰ্বমুঠ সংখ্যা হৈছে 14,48,71,845 গৰাকী ৷ ইয়াৰ বিপৰীতে, আমেৰিকাৰ তুলনাত এশ শতাংশ কম প্ৰতিৰক্ষা বাজেট, 6.3 বিলিয়ন আমেৰিকান ডলাৰ খৰচ কৰা ইৰানৰ হাতত আছে মাত্ৰ 4,73,24,105 গৰাকী সৈনিক ৷ চাওঁক আমাৰ এই প্ৰতিবেদন ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.