ETV Bharat / international

যুক্তৰাষ্ট্ৰই উদ্বোধন কৰিলে লিবিয়া ৰাজনৈতিক সংলাপ মঞ্চ - লিবিয়া ৰাজনৈতিক সংলাপ মঞ্চ

23 অক্টোবৰত স্থায়ী যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰৰ অন্তত যুক্তৰাষ্ট্ৰই লিবিয়া ৰাজনৈতিক সংলাপ মঞ্চ (LPDF) মুকলি কৰে ৷ LPDF ৰ উদ্দেশ্য হৈছে,লিবিয়াৰ সাৰ্বভৌমত্ব আৰু লিবিয়াৰ প্ৰতিষ্ঠানসমূহৰ গণতান্ত্ৰিক বৈধতা ঘূৰাই অনা ৷

যুক্তৰাষ্ট্ৰই উদ্বোধন কৰিলে লিবিয়া ৰাজনৈতিক সংলাপ মঞ্চ

author img

By

Published : Oct 26, 2020, 3:43 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 26 অক্টোবৰ: যুক্তৰাষ্ট্ৰই লিবিয়া ৰাজনৈতিক সংলাপ মঞ্চ (LPDF) মুকলি কৰে,যিটো 23 অক্টোবৰত হোৱা এক স্থায়ী যুদ্ধবিৰতিৰ চুক্তিৰ আধাৰত স্বাক্ষৰ কৰা হৈছে ৷

সোমবাৰে মঞ্চটোৱে তেওঁলোকৰ প্ৰথমখন ভাৰ্তুৱেল সভা অনুষ্ঠিত কৰে ৷ ইয়াৰ পৰিৱৰ্তে LPDF ৰ ব্যক্তিগত বৈঠকখন 2 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ৷ চিনহুৱা সংবাদ সংস্থাই ৰাষ্ট্ৰসংঘ সমৰ্থন অভিযানৰ জৰিয়তে প্ৰদান কৰা এক বিবৃতিত এই বিষয়ে জানিবলৈ দিয়ে ৷ LPDF ৰ উদ্দেশ্য হৈছে,লিবিয়াৰ সাৰ্বভৌমত্ব আৰু লিবিয়াৰ প্ৰতিষ্ঠানসমূহৰ গণতান্ত্ৰিক বৈধতা ঘূৰাই অনা ৷

লগতে পঢ়ক: শীৰ্ষ আঞ্চলিক-বিশ্বব্যাপী শক্তি ৰূপে ভাৰতক আদৰণি জনালে আমেৰিকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.