ETV Bharat / international

লক ডাউন ঘোষনা কৰিবলৈ অমান্তি ডোনাল্ড ট্ৰাম্পৰ

author img

By

Published : Apr 2, 2020, 3:50 PM IST

বৰ্তমানৰ দৰে সামাজিক দূৰত্ব বৰ্তাই ৰাখিলেও আমিৰেকাত আৰু 1 লাখৰ পৰা 2 লাখ লোক কৰ'ণা ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হ'ব বুলি ধাৰণা কৰিছে আমেৰিকা প্ৰশাসনে । তৎসত্বেও কিন্তু লক ডাউন ঘোষণা কৰাৰ পৰা বিৰত আছে ডোনাল্ড ট্ৰাম্প।

লক ডাউন ঘোষনা কৰিবলৈ অমান্তি ডোনাল্ড ট্ৰাম্পৰ
লক ডাউন ঘোষনা কৰিবলৈ অমান্তি ডোনাল্ড ট্ৰাম্পৰ

নিউজ ডেস্ক, 2 এপ্ৰিলঃ কৰ'ণা ভাইৰাচৰ দ্বাৰা আৰু লক্ষাধিক লোক আক্ৰান্ত হ'ব পাৰে বুলি আমেৰিকা প্ৰশাসনে সন্দেহ ব্যক্ত কৰাৰ পাচতো ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে লক ডাউন ঘোষণা কৰিবলৈ অমান্তি হৈছে । যাৰ ফলশ্ৰুতিত দিনে দিনে কোভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈ আছে । অৱশ্যে যুক্তৰাষ্ট্ৰৰ ৰাজ্য সমূহে নিজাকৈ লক ডাউন কৰি ৰখিছে চহৰ সমূহ ।

বিশ্বত 9,35,957 গৰাকী লোক কোভিড-19 ত আক্ৰান্ত হৈছে আৰু তাৰে 47,245 গৰাকীৰ মৃত্যু হৈছে । এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে 1,94,286 গৰাকী ৰোগীয়ে ।

আমেৰিকাত বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্বাধিক কোভিড-19 ৰ আক্ৰান্ত লোক পোৱা গৈছে । বুধবাৰৰ দিনটোত যুক্তৰাষ্ট্ৰৰ আন 5 খন ৰাজ্যই লোক সকলক ঘৰত সোমাই থকাৰ নিৰ্দেশনা জাৰি কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.