ETV Bharat / headlines

লক ডাউনৰ মাজতে অব্যাহত চিগাৰেট সৰবৰাহ : এফ আই চি চি আই - কৰ'ণা ভাইৰাছৰ আতংক

১২ জুনত নৱী মুম্বাইৰ জৱাহৰলাল নেহৰু পোৰ্ট ট্ৰাষ্ট (JNPT)ত এজন কণ্টেইনাৰৰ পৰা ১১.৮৮ কোটি টকাৰ বিদেশী দামী চিগাৰেট জব্দ কৰা হয় । এই ঘটনা বিশ্বব্যাপী ঘটি আছে । পৰিবহন মাধ্যমৰ যোগেদি সামগ্ৰী আৰু যাত্ৰীৰ মাজতে এইসমূহ বাজেয়াপ্ত কৰি থকা হৈছে । ভাৰতীয় উদ্যোগিক চেম্বাৰ এফ আই চি চি আই (FICCI)য়ে সোমবাৰে এই কথা জানিবলৈ দিয়ে ।

লক ডাউনৰ মাজতে অব্যাহত চিগাৰেট সৰবৰাহৰ ঘাটি: এফ আই চি চি আই

author img

By

Published : Jun 15, 2020, 8:23 PM IST

Updated : Jun 15, 2020, 10:10 PM IST

নেশ্যনেল ডেস্ক, ১৫ জুন: ভাৰতীয় উদ্যোগিক চেম্বাৰ এফ আই চি চি আই (FICCI)য়ে সোমবাৰে জানিবলৈ দিয়ে যে, প্ৰয়োগকাৰী সংস্থাসমূহে বিগত কিছু মাহৰ পৰা লক ডাউনৰ সময়ছোৱাত চোৰাংভাৱে আমদানি কৰা চিগাৰেট সংস্থাবোৰৰ বিৰুদ্ধে এক প্ৰতিবেদন যুগুত কৰিছে ।

FICCI CASCADE (Committee Against Smuggling and Counterfeiting Activities Destroying the Economy)য়ে জনোৱা মতে, ১২ জুনত নৱী মুম্বাইৰ জৱাহৰলাল নেহৰু পোৰ্ট ট্ৰাষ্ট (JNPT)ত এটা কণ্টেইনাৰৰ পৰা ১১.৮৮ কোটি টকাৰ বিদেশী দামী চিগাৰেট জব্দ কৰা হয় । এই ঘটনা বিশ্বব্যাপী ঘটি আছে । পৰিবহন মাধ্যমৰ যোগেদি সামগ্ৰী আৰু যাত্ৰীৰ মাজতে এইসমূহ বাজেয়াপ্ত কৰি থকা হৈছে ।

লক ডাউনৰ মাজতে অব্যাহত চিগাৰেট সৰবৰাহৰ ঘাটি: এফ আই চি চি আই
লক ডাউনৰ মাজতে অব্যাহত চিগাৰেট সৰবৰাহৰ ঘাটি: এফ আই চি চি আই

FICCI CASCADEৰ অধ্যক্ষ অনিল ৰাজপুটে এই সন্দৰ্ভত চিন্তা প্ৰকাশ কৰি কয় যে, চিগাৰেটৰ সৰবৰাহে সমগ্ৰ বিশ্বজুৰি এক ভয়াৱহ সংকট কঢ়িয়াই আনিছে । দেশত কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতো এই সৰবৰাহ নিয়মীয়া হৈ আছে ।

সাস্প্ৰতিক এক গৱেষণাৰ ভিত্তিত FICCI CASCADEয়ে কয় যে, চিগাৰেট সৰবৰাহ বিষয়টো অধিক আকৰ্ষণীয় কাৰ্য হৈ পৰিছে । এই সৰবৰাহৰ ফলত ৩.৩৪ লাখ মানুহক ইতিমধ্যে চাকৰিৰ পৰা অব্যাহতি দিছে ।

লগতে পঢ়ক: একেদিনাই ৰাজ্যত উদ্ধাৰ দুটাকৈ মৃতদেহ

Last Updated : Jun 15, 2020, 10:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.