কৰিমগঞ্জ, ১৮ এপ্ৰিল : কৰিমগঞ্জত ব্যাপক ৰিগিঙৰ ঘটনা ৷ জিলাখনৰ 82নং দক্ষিণ কচুৱাৰী এম.ই.বিদ্যালয়ৰ ভোটকেন্দ্ৰটোত এজন লোকেই দিলে পৰিয়ালৰ সকলো সদস্যৰে ভোট । নিৰ্বাচনী বিষয়াৰ সন্মুখতে এনে ঘটনা সংঘটিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ কিন্তু অভিযুক্ত লোকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ঊৰ্ধতন কৰ্তৃপক্ষই ৷ উল্লেখযোগ্য যে বৰাক উপত্যকাৰ কেইবাটাও ভোটকেন্দ্ৰত ভোটগ্ৰহণৰ নামত ব্যাপক ৰিগিঙৰ অভিযোগ উত্থাপন হৈছে ৷
ঘৰৰ সকলোৰে ভোট দিলে এজনেই
নিৰ্বাচনী বিষয়াৰ সন্মুখতে এনে ঘটনা সংঘটিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ কিন্তু অভিযুক্ত লোকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ঊৰ্ধতন কৰ্তৃপক্ষই ৷
কৰিমগঞ্জ, ১৮ এপ্ৰিল : কৰিমগঞ্জত ব্যাপক ৰিগিঙৰ ঘটনা ৷ জিলাখনৰ 82নং দক্ষিণ কচুৱাৰী এম.ই.বিদ্যালয়ৰ ভোটকেন্দ্ৰটোত এজন লোকেই দিলে পৰিয়ালৰ সকলো সদস্যৰে ভোট । নিৰ্বাচনী বিষয়াৰ সন্মুখতে এনে ঘটনা সংঘটিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ কিন্তু অভিযুক্ত লোকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ঊৰ্ধতন কৰ্তৃপক্ষই ৷ উল্লেখযোগ্য যে বৰাক উপত্যকাৰ কেইবাটাও ভোটকেন্দ্ৰত ভোটগ্ৰহণৰ নামত ব্যাপক ৰিগিঙৰ অভিযোগ উত্থাপন হৈছে ৷
#কৰিমগজ্ঞ 82 দক্ষিণ কচুৱাৰী এমই স্কুলত চৰম অৰাজকতা।
#ভোট দিয়াৰ নামত চলিছে চৰম ব্যাপক ৰেগিংৰ অভিযোগ।
#নিৰ্বাচনী বিষয়াৰ সন্মূখত চলিয়াছে এনে কৰ্মকান্ড।
#পিছাইটিং বিষয়াৰ ৰহস্যজনক ভুমিকা গ্ৰহণৰ বাবে ক্ষোভ প্ৰকাশ কৰে লগৰ সহযোগী বিষয়া সকলোৱে।
#এটা পৰিয়ালৰ সকলো ভোট এজনে কাষ্ট কৰাৰ ঘটনাৰ চাঞ্চল্য সৃষ্টি হৈছে।Conclusion:এতিয়া কি ব্যৱস্থা লয় নিৰ্বাচন কমিছনে এয়া হব লক্ষণীয়