ETV Bharat / city

3 ফেব্ৰুৱাৰীৰ পৰা ভাৰত-বাংলা সেনাৰ যুটীয়া অনুশীলন SAMPRITI-IX

author img

By

Published : Jan 31, 2020, 8:10 PM IST

ভাৰত আৰু বাংলাদেশৰ মাজৰ সামৰিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখৰ পৰা আৰম্ভ হ'ব দুয়োখন দেশৰ সেনাৰ যুটীয়া অনুশীলন ৷ SAMPRITI-IX নামেৰে মেঘালয়ৰ উমৰৈত ভাৰতীয় স্থলসেনাৰ ৰেডহৰ্ণ ডিভিজনৰ তত্বাৱধানত এই অনুশীলন অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰিছে তেজপুৰস্থিত প্ৰতিৰক্ষা মুখপাত্ৰ লে. কৰ্নেল হৰ্ষ বৰ্ধন পাণ্ডে ৷

3 ফেব্ৰুৱাৰীৰ পৰা ভাৰত-বাংলা সেনাৰ যুটীয়া অনুশীলন SAMPRITI-IX
3 ফেব্ৰুৱাৰীৰ পৰা ভাৰত-বাংলা সেনাৰ যুটীয়া অনুশীলন SAMPRITI-IX

তেজপুৰ, 31 জানুৱাৰীঃ ভাৰত আৰু বাংলাদেশৰ মাজৰ সামৰিক সহযোগিতা আৰু অধিক শক্তিশালী হৈ পৰিব ৷ সেই অনুসাৰে অহা 3 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈ মেঘালয়ৰ উমৰৈত অনুষ্ঠিত হ'ব SAMPRITI-IX নামে এক যুটীয়া সৈন্য অনুশীলন ৷ তেজপুৰস্থিত ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে. কৰ্নেল হৰ্ষ বৰ্ধন পাণ্ডে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে এই তথ্য ৷ ভাৰতীয় স্থলসেনাৰ ৰেডহৰ্ন ডিভিজনৰ তত্বাৱধানত প্ৰায় তেৰদিন ধৰি চলিবলগীয়া এই অনুশীলনৰ বাবে দুয়োখন দেশৰ সেনাৰ দলসমূহে আগতীয়াকৈ সামৰিক কুচকাৱাজ আৰম্ভ কৰিছে ৷

3 ফেব্ৰুৱাৰীৰ পৰা ভাৰত-বাংলা সেনাৰ যুটীয়া অনুশীলন SAMPRITI-IX

এই অনুশীলনত দুয়োখন দেশেই ৰাষ্ট্ৰসংঘৰ সামৰিক তথা কূটনৈতিক নীতিৰ আধাৰত সন্ত্ৰাসবাদ বিৰোধী অনুশীলনত ভাগ ল'ব ৷ ইয়াৰ উপৰিও কামাণ্ড পোষ্ট এক্সাৰচাইজ (Command Post Exercise, CPX) আৰু ফিল্ড ট্ৰেইনিং এক্সাৰচাইজ (Field Training Exercise, FTX)তো অংশগ্ৰহণ কৰিব সেনাৰ দুয়োটা দলে ৷ ইয়াকে লৈ ইতিমধ্যে দুয়োখন দেশৰ সেনাই নিজৰ নিজৰ সৈন্য সামগ্ৰীসমূহৰ লগতে আগতীয়া অনুশীলন আৰম্ভ কৰিছে ৷

Intro:CURTAIN RAISER

INDIA-BANGLADESH JT EXERCISE SAMPRITI-IX

তেজপুৰ,৩১ জানুৱাৰী : ভাৰত -বাংলাদেশৰ মাজত মেঘালয়ৰ উমৰয়ত ভাৰত -বাংলাদেশৰ দুয়োদেশৰ সেনা বাহিনীৰ মাজত সম্প্ৰিতী -৯ শীৰ্ষক ১৩ দিনিয়া এক সামৰিক অনুশীলনৰ বৃহৎ আয়োজন ৷
অহা ফ্ৰেব্ৰুৱাৰী মাহৰ ৩ তাৰিখৰ পৰা ১৬ তাৰিখলৈ অনুষ্ঠিত হবলগীয়া এই অনুশীলনত দুয়োখন দেশৰ সংস্কৃতি-পৰিক্ৰমা আৰু ফিল্ড প্ৰশিক্ষনৰ লগতে সামৰিক বিভিন্ন উগ্ৰপন্থী বিৰুদ্ধী কাৰ্যকলাপৰ লগতে কূটাঘাটমুলক নীতিৰ ওপৰত প্ৰশিক্ষন চলিব বুলি তেপুৰস্থ প্ৰতিৰক্ষা বিভাগৰ মুখপ্ৰাত্ৰ লেঃ কৰ্নেল হৰ্ষবৰ্ধন পাণ্ডে জানিবলৈ দিয়ে ৷
দুয়োখন দেশৰ বিশাল সেনা বাহিনীয়ে ইতিমধ্যে উমৰয় সেনা শীবিৰত কুচকাৱাচ অব্যাহত ৰাখিছে ৷ ইউনাইটেড নেচনৰ ট্ৰেকটিকেল তথা কূটনৈটিক নীতিৰ অধীনত চলিবলগীয়া এই ড্ৰিলত সময় পৰিবৰ্তন অনুসৰি "সম্প্ৰিতী -৯"ৰ যুটিয়া অনুশীলন আৰু পৰষ্পৰে পৰষ্পৰক বুজিব পৰা সৌহাদ্য অনুশীলন বুলিও জানিব দিয়ে ৷

Body:CURTAIN RAISER

INDIA-BANGLADESH JT EXERCISE SAMPRITI-IX

Tezpur,31 Jan : As part of the ongoing Indo-Bangladesh defence cooperation, a joint military training exercise SAMPRITI-IX is being conducted at UMROI, Meghalaya, India from Feb 3 to 16 Feb 2020 said Tezpur base Defence Spokesperson Lt. Col.Harsh Wardhan Pande .

He said the Exercise SAMPRITI is an important bilateral defence cooperation endeavour between India and Bangladesh and will be the ninth edition of the exercise which is hosted alternately by both countries.

During the joint military exercise SAMPRITI-IX a Command Post Exercise (CPX) and a Field Training Exercise (FTX) will be conducted. For both the CPX and FTX, a scenario where both nations are working together in a Counter Terrorism environment will be simulated under the UN Charter. The FTX curriculum is progressively planned where the participants will be initially get familiar with each other’s organizational structure and tactical drills. Subsequently, joint tactical exercise will be conducted wherein the battle drills of both the armies will be practiced. The training will culminate with a final validation exercise in which troops of both armies will jointly practice a Counter Terrorist Operation in a controlled and simulated environment.

In addition to understand each other at tactical level, greater cultural understanding will be emphasized to strengthen military trust and cooperation between two nations.Conclusion:Pranab kumar Das.
Tezpur.
31/1/2020.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.