ETV Bharat / city

বিশিষ্ট লেখিকা তুলতুল বৰুৱাৰ দেহাৱসান

author img

By

Published : Dec 21, 2020, 9:26 PM IST

বিশিষ্ট লেখিকা তুলতুল বৰুৱাৰ দেহাৱসান ৷ সোমবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে বৰুৱাই ৷

Prominent writer Tultul Baruah died
বিশিষ্ট লেখিকা তুলতুল বৰুৱাৰ দেহাৱসান

গুৱাহাটী, 21 ডিচেম্বৰ : বিশিষ্ট লেখিকা তুলতুল বৰুৱাৰ দেহাৱসান ৷ সোমবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে বৰুৱাই ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 88 বছৰ ৷ কলকাতা বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল প্ৰয়াত বৰুৱাই ৷

ইয়াৰোপৰি জনবিজ্ঞান আন্দোলনৰ অগ্ৰণী নেত্ৰী আছিল তুলতুল বৰুৱা ৷ অনাতাঁৰ শিল্পী হিচাপেও যথেষ্ট খ্যাতি আছে বিশিষ্ট লেখিকাগৰাকীৰ ৷ আকাশবাণীত যথেষ্ট দিন গীত পৰিৱেশ কৰিছিল তুলতুল বৰুৱাই ৷

লগতে পঢ়ক : অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীক ধেমাজিত আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.