ETV Bharat / city

গুৱাহাটীত 'কিয়া' !

ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী নিৰ্মাণ কোম্পানী "কিয়া"ই ঘোষণা কৰিলে কোম্পানীটোৰ বাহনৰ মূল্যসূচী । কোম্পানীটোৰ পেট্ৰ'লচালিত বাহনসমূহৰ মূল্য হৈছে ৯.৬৯ লাখৰ পৰা ১৫.৯৯ লাখ আৰু ডিজেলচালিত বাহনৰ মূল্য ৯.৯৯ লাখৰ পৰা ১৫.৯৯ লাখ ৷

author img

By

Published : Aug 22, 2019, 11:21 PM IST

"কিয়া" কোম্পানীৰ বাহনৰ মূল্যসূচী ঘোষণা

গুৱাহাটী, 22 আগষ্টঃ ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী নিৰ্মাণ কোম্পানী "কিয়া"ই ঘোষণা কৰিলে কোম্পানীটোৰ বাহনৰ মূল্যসূচী । সেই অনুসৰি বৃহস্পতিবাৰে মহানগৰীৰ বেহৰবাৰীস্থিত "কিয়া" মটৰ্ছেও আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে মূল্যসূচী ।

উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ গুৱাহাটীস্থিত কিয়াৰ শ্ব' ৰুমটোত উপলব্ধ হ'ব কেইবাখনো নতুন প্ৰযুক্তি সম্বলিত বাহন। অন্য কোম্পানীৰ তুলনাত অধিক আকৰ্ষণীয় হ'ব 'কিয়া'ৰ বাহন। কোম্পানীটোৰ পেট্ৰ'লচালিত বাহনসমূহৰ মূল্য হৈছে ৯.৬৯ লাখৰ পৰা ১৫.৯৯ লাখ আৰু ডিজেলচালিত বাহনৰ মূল্য ৯.৯৯ লাখৰ পৰা ১৫.৯৯ লাখ । ইফালে শ্ব' ৰুমটোৰ মুকলিৰ পিছতেই গ্ৰাহকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে কোম্পানীটোৱে। ইতিমধ্যেই শতাধিক গাড়ী বুকিং হোৱাৰ কথা জানিবলৈ দিয়ে শ্ব' ৰুমটোৰ স্বত্বাধিকাৰীয়ে । তাৰোপৰি অধিক কম দিনতে বজাৰ দখল কৰিবলৈ সক্ষম হ'ব বুলিও আশাবাদী কোম্পানীটো।

Intro:ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী নিৰ্মাতা কোম্পানী কিয়াই ঘোষণা কৰিলে কোম্পানীটোৰ বাহনৰ মূল্যসূচী। সেই অনুসৰি বৃহস্পতিবাৰে মহানগৰীৰ বেহৰবাৰীস্থিত কিয়া মটৰ্ছেও আনুষ্ঠানিকভাৱে ঘোষণা কৰে মূল্যসূচী।

Body:কোম্পানীটোৰ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ এই শ্ব' ৰুমটোত উপলব্ধ হ'ব কেইবাখনো নতুন প্ৰযুক্তি সম্বলিত বাহন। অন্য কোম্পানীৰ তুলনাত অধিক আকৰ্ষণীয় হ'ব 'কিয়া'ৰ বাহন। কোম্পানীটোৰ পেট্ৰ'লচালিত বাহনসমূহৰ মূল্য হৈছে ৯.৬৯ লাখৰ পৰা ১৫.৯৯ লাখ আৰু ডিজেলচালিত বাহনৰ মূল্য ৯.৯৯ লাখৰ পৰা ১৫.৯৯ লাখ। ইফালে শ্ব' ৰুমটোৰ মুকলিৰ পিছতেই গ্ৰাহকৰ যথেষ্ট সঁহাৰি লাভ কৰিছে কোম্পানীটোৱে। ইতিমধ্যেই শতাধিক গাড়ী বুকিং হোৱাৰ কথা জানিবলৈ দিয়ে শ্ব' ৰুমটোৰ স্বত্বাধিকাৰীয়ে। তাৰোপৰি অধিক কম দিনতে বজাৰ দখল কৰিবলৈ সক্ষম হ'ব বুলিও আশাবাদী কোম্পানীটো।

Conclusion:(Note- office assignment)

HIRUL HAQUE I GUWAHATI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.