ETV Bharat / city

গুৱাহাটী পালেহি এ টি এম হেকিং চক্ৰৰ দুই হেকাৰ

author img

By

Published : Sep 8, 2019, 7:53 AM IST

Updated : Sep 8, 2019, 10:15 AM IST

গুৱাহাটীৰ বিভিন্ন এ টি এমৰ পৰা সৰ্বমুঠ ১৬ লাখ ৮৫ হাজাৰ টকা লুটি ত্ৰাসৰ সৃষ্টি কৰিছিল চক্ৰটোৱে ৷ মুম্বাই আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ তুৰ্কীৰ ২ হেকাৰক ৷

গুৱাহাটীৰ এ টি এম হেক কৰা দুই হেকাৰক অসমলৈ আনিলে অসম আৰক্ষীয়ে

গুৱাহাটী, 8 ছেপ্তেম্বৰ:

  • মুম্বাইত গ্ৰেপ্তাৰ হোৱা গুৱাহাটীৰ এ টি এম হেক কৰা দুই হেকাৰক অসমলৈ আনিলে অসম আৰক্ষীয়ে
  • মুম্বাই আৰক্ষীৰ সহযোগত অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিলে তুৰ্কীৰ ২ হেকাৰ আব্দুল হালেক আৰু ঈদগী ইমৰাহক
  • মুম্বাইৰ পৰা বিমানযোগে দুই হেকাৰক বৰঝাৰ বিমানবন্দৰলৈ আনে অপৰাধ শাখাই
  • ৰাজ্যৰ পৰা মুঠ ১৬ লাখ ৮৫ হাজাৰ টকা লুটিছিল হেকিং চক্ৰটোৱে
  • মুম্বাইৰ পৰা নিয়ন্ত্ৰিত হৈছিল হেকাৰৰ দলটো
  • ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত দুই হেকাৰ
  • ৰাজ্যত বৰ্তমানলৈকে এ টি ম হেকিং সন্দৰ্ভত ৰুজু হৈছে ৪৬টা গোচৰ
    মুম্বাই আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে মুম্বাইৰ পৰা কৰিছিল গ্ৰেপ্তাৰ

Intro:মুম্বাইত গ্ৰেপ্তাৰ হোৱা গুৱাহাটীৰ এ টি এম হেকিংৰ দুই লোকক অসমলৈ লৈ আনিলে অস ম আৰক্ষীয়ে ।
Body:Vo..অসমত ATM হেকিঙৰ দ্বাৰা লাখ লাখ টকা লুট কৰি আহিছিল এটা হেকিং চক্ৰই । এই হেকিং চক্ৰৰ দুইজন হেকাৰক মুম্বাই আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে । ক্ৰাইম বাঞ্চে মুম্বাইৰ পৰা তুৰ্কীৰ ২ হেকাৰ আব্দুল হালেক আৰু ঈদগী ইমৰাহক মুম্বাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লগতে ১০খন নকল ATM কাৰ্ড আৰু এটা লেপটপ জব্দ কৰে আৰক্ষীয়ে । মুম্বাইৰ পৰা নিয়ন্ত্ৰিত হৈছিল হেকাৰৰ দলটো ৷ ৰাজ্যৰ পৰা মুঠ ১৬ লাখ ৮৫ হাজাৰ টকা লুটিছিল হেকিং চক্ৰটোৱে । আজি মুম্বাইৰ পৰা অসমলৈ লৈ অহা হৈছে দুয়োজন হেকাৰক । ক্ৰাইম বাঞ্চে মুম্বাইৰ পৰা বিমানযোগে বৰঝাৰ বিমানবন্দৰলৈ লৈ আনে আব্দুল হালেক আৰু ঈদগী ইমৰাহক দুুয়োজন হেকাৰক । বৰঝাৰ বিমানবন্দৰৰ পৰা অসম আৰক্ষীৰ ক্ৰাইম বাঞ্চে লৈ যায় হেকাৰ দুয়োজনক । Conclusion:উল্লেখ্য যে ৰাজ্যত ৪৬টা গোচৰ ৰুজু হৈ আছে এটিম হেকিং সন্দৰ্ভত ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
Last Updated : Sep 8, 2019, 10:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.