বিনামূলীয়া নামভৰ্তিৰ ধনৰ হিচাপ দিব লাগিব চৰকাৰক
ৰাজ্যৰ সাতখন বিশ্ববিদ্যালয়(letter of Director of Higher Education)আৰু ৩৩৭ খন মহাবিদ্যালয়লৈ উচ্চ শিক্ষা সঞ্চালকৰ জৰুৰী পত্ৰ । অসম চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষত ৰাজ্যৰ সাতখন বিশ্ববিদ্যালয় আৰু ৩৩৭ খন মহাবিদ্যালয়ক নামভৰ্তি আৰু পাঠদান মাচুল হিচাপে মুঠ ৮১ কোটি ৭১ লাখ ৪৭ হেজাৰ ৫৭৫ টকা আদায় দিছিল । ২৬ আগষ্টৰ ভিতৰত পুঁজিৰ ব্যৱহাৰিক প্রমাণপত্র দাখিলৰ নির্দেশ ।
সোণাপুৰত বেদখলকাৰীৰ বিৰুদ্ধে জনজাতি সংগঠনৰ ধৰ্ণা
অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদত উত্তাল সোণাপুৰ । সোণাপুৰৰ জনজাতি খণ্ড আৰু বেষ্টনী(Tribal Belt Block of Sonapur)বেদখলকাৰী পূর্বাঞ্চল চিমেন্ট কোম্পানীৰ লগতে অবৈধ কাৰখানাসমূহ উচ্ছেদ কৰাৰ দাবীত জনালে প্ৰতিবাদ ।
উৰিত ভাৰতীয় সেনাৰ গুলীত নিহত তিনি অনুপ্ৰৱেশকাৰী
উৰিত তিনিটাকৈ অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা সেনা বাহিনী আৰু বাৰমুল্লা আৰক্ষীৰ ৷
বহিঃৰাজ্যত তিনিদিনৰ পৰা নিৰুদ্দেশ ৰঙিয়াৰ যুৱক
আকৌ নিৰুদ্দেশ অসম যুৱক ৷ এইবাৰ বহিঃৰাজ্যত বিগত তিনিদিনৰ পৰা নিৰুদ্দেশ হৈ আছে ৰঙিয়াৰ উদিয়ানাৰ যুৱক আখতাৰ হুছেইন (22) (Youth from Rangia missing for many days) ৷ কোনো দুষ্ট লোকে যুৱকজনক অপহৰণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷
আমগুৰিত বিধ্বস্ত পথ মেৰামতিৰ দাবী ৰাইজৰ
পথ মেৰামতিৰ দাবীত আমগুৰিত ৰাজপথলৈ ওলাই আহিল পুৰুষ-মহিলা (Amguri public protest)। স্থানীয় বিধায়কে ৰাইজক প্ৰৱঞ্চনা কৰাৰ অভিযোগ । বিজেপি চৰকাৰ আৰু জনপ্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৰাইজৰ ।
এপিডিচিএলৰ সিদ্ধান্তৰ বিৰুদ্ধে কংগ্ৰেছ যুৱ নেত্ৰী অংকিতা দত্ত
নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দিশহাৰা কৰিছে সাধাৰণ জনতাক(Price hike) । তদুপৰি ইন্ধনৰ মূল্যবৃদ্ধিৰ ফলত এতিয়া ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে সাধাৰণ জনতাই ৷ তেনে সময়তে বিদ্যুৎ বিভাগৰ শেহতীয়া পদক্ষেপত জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে ৰাজ্যৰ দল-সংগঠনসমূহ ৷
লম্পট অধ্যক্ষ, মেছেঞ্জাৰত ছাত্ৰীৰ লগত অশ্লীল বাৰ্তালাপ
নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ অধ্যক্ষক নিলম্বন আৰু গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ বিমান চন্দ্ৰ চেতিয়াৰ নিলম্বন আৰু গ্ৰেপ্তাৰৰ দাবীৰ প্ৰতিবাদত উত্তাল নৰ্থ লখিমপুৰ মহাবিদ্যালয়(স্বায়ত্বশাসিত) (Protest against lakhimpur college pricipal) ৷
শিৱসাগৰত পৰিবহণ নিগমৰ ৩৭ গৰাকী কৰ্মচাৰীক ছাটাই
কোনো কাৰণ উল্লেখ নকৰাকৈ হঠাৎ অব্যাহতি দিয়া হ'ল শিৱসাগৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ ৩৭ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক (Removal of ASTC staff in Sivasagar)। যোৱা জানুৱাৰী মাহত নিযুক্তি দিয়া কৰ্মচাৰীক ছাটাই কৰাক লৈ ক্ষোভিত কৰ্মচাৰীসকল । পৰিবহণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰ্মচাৰীসকলৰ ।
ৰঙিয়াত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাইজৰ সংবাদমেল
বিভিন্ন ধৰণৰ দুৰ্নীতিত জড়িত ৰঙিয়াৰ যোগেশ্বৰ বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক । শিক্ষকৰ দৰমহাৰ বিল বনোৱাৰ পৰা, ছাত্র-ছাত্ৰীৰ নামভৰ্তি, বিদ্যুৎ মাচুল, চাইকেল যোগান আদি সকলোতে ধন বিচাৰে প্ৰধান শিক্ষকে (Corruption of Headmaster)। শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াই তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ।
Raju Srivastava অমিতাভ বচ্চনৰ কণ্ঠ শুনোৱা ৰাজু শ্ৰীবাস্তৱে ঘূৰাই পালে জ্ঞান
কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱক তেওঁৰ জ্ঞানলৈ আনিবলৈ অমিতাভ বচ্চনৰ কণ্ঠস্বৰ শুনোৱা হৈছে । ৰাজু যোৱা 15 দিন ধৰি ক’মাত আছিল তেওঁ (Raju Srivastava news) ।