ETV Bharat / city

'Justice for Disha' ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ প্ৰতিবাদত উত্তাল ৰাজ্য

author img

By

Published : Dec 1, 2019, 11:08 PM IST

পশু চিকিৎসক 'Justice for Disha'ক দলবদ্ধভাৱে ধৰ্ষণ কৰি জ্বলাই দিয়াৰ প্ৰতিবাদত চহৰখনৰ সাহিত্য সভা ভৱনৰ পৰা গান্ধী চকলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ।

প্ৰিয়ংকা ৰেড্ডীৰ ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ প্ৰতিবাদত উত্তাল ৰাজ্য

নিউজ ডেস্ক, 1 ডিচেম্বৰ: "বেটী বাচাও বেটী পঢ়াও" শ্লোগান দি থকাৰ সময়তে ২৯ নৱেম্বৰত হাইদৰাবাদ-বেংগলোৰ হাইৱেত পশু চিকিৎসক 'Justice for Disha'ক কেইজনমান নৰপিশাচে দলবদ্ধ ধৰ্ষণ কৰি হত্যাকৰি জ্বলাই দিয়া ঘটনাত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দৰঙৰ ইত্তেহাদ ফ্ৰন্ট আৰু মুছলিম ছাত্ৰ সন্থাই । সংগঠনটোৰ জিলা সমিতিৰ উদ্যোগত আৰু মুছলিম ছাত্ৰ সন্থা দৰং জিলা সমিতিৰ সহযোগত খাৰুপেটীয়া পৰিদৰ্শন বঙলা প্ৰাংগনত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে ৷

আনহাতে বিলাসীপাৰাতো দেওবাৰে সন্ধিয়া জুবিন গাৰ্গ অনুৰাগী মঞ্চই হাতে হাতে মম বাতি লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে । পশু চিকিৎসক ড০ প্ৰিয়ংকা ৰেড্ডীক দলবদ্ধভাৱে ধৰ্ষণ কৰি জ্বলাই দিয়াৰ প্ৰতিবাদত চহৰখনৰ সাহিত্য সভা ভৱনৰ পৰা গান্ধী চকলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। এই সমদলৰ জৰিয়তে প্ৰতিবাদকাৰীয়ে দোষীক কৰায়ত্ত কৰি মৃত্যু দণ্ড বিহিবলৈ চৰকাৰক দাবী জনায়।

Intro:সমগ্ৰ ৰাজ্যৰ লগতে ধনশিৰি মহকুমাৰ সৰুপথাৰটো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সৰুপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত সৰুপথাৰ বাসী ৰাইজৰ সহযোগত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত জোৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰে ।Body:কোনো কাৰণতে অসমে অবৈধ বাংলাদেশীৰ বোজা গ্ৰহন নকৰে সেইয়া লাগিছে হিন্দুৱেই হওঁক বা মুছলমানেই হওঁক । ১৯৭১ চনৰ পিছত অহা কোনো অবৈধ বাংলাদেশীক অসমে গ্ৰহণ নকৰে, যদি কেনেবাকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰে তেতিয়া এক অসুচনীয় পৰিবেশৰ সৃষ্টি হলে কিন্তু মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু অসম চৰকাৰ দায়ী হব বুলি হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।Conclusion:Byte :- SMSS LEDER

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.