ETV Bharat / city

বিলাসীপাৰাত ৰন্ধন কৰ্মী সহায়িকাৰ 3ঘন্টীয়া অৱস্থান ধৰ্মঘট

author img

By

Published : Mar 28, 2019, 5:42 PM IST

দৰমহা বৃদ্ধিৰ লগতে ৰন্ধন কাৰ্য বেচৰকাৰী সংস্থাক প্ৰদান নকৰাৰ দাবী

ৰন্ধন কৰ্মী সহায়িকাৰ প্ৰতিবাদ

বিলাসীপাৰা, 28 মাৰ্চঃধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শ শ ৰন্ধন কৰ্মীয়ে বৃহস্পতিবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । বিলাসীপাৰাৰ মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰন্ধন কৰ্মী সহায়িকাৰ দৰমহা 1 হাজাৰৰ পৰিৱৰ্তে 6 হাজাৰ টকালৈ বৃদ্ধি কৰাৰ লগতেৰন্ধন কাৰ্য বেচৰকাৰী সংস্থাৰ হাতত প্ৰদান নকৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

ৰন্ধন কৰ্মী সহায়িকাৰ প্ৰতিবাদ
ইপিনে অচিৰেই তেওঁলোকৰ ন্যায্য দাবী সমূহ পূৰণ নকৰিলে ৰন্ধন কৰ্মী সহয়িকাসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গইও আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়েপ্ৰতিবাদকাৰীসকলে ৷

Intro:বিলাসীপাৰাত বৃহস্পতিবাৰে ৰন্ধনকৰ্মী সহায়িকাৰ প্ৰতিবাদত উত্তাল বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয় চৌহদ |
ৰন্ধন কৰ্মী সহায়িকাৰ দৰমহা ১ হাজাৰৰ পৰিবৰ্তে ৬ হাজাৰ টকাকৈ বৃদ্ধি কৰা তথা ৰন্ধন কাৰ্য্য NGO ক নিদিয়াৰ দাবীত ৰন্ধন কৰ্মী সহায়িকাই পালন কৰে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট |
ইয়াৰ অন্যথা ৰাজ্যৰ ১লাখ ১৪ হাজাৰ ৰন্ধন কৰ্মীয়ে ভোট বৰ্জনৰ হুংকাৰ দিয়ে |Body:V. O - ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শ শ ৰন্ধন কৰ্মীয়ে আজি সাব্যস্ত কৰে এই প্ৰতিবাদ । বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ চৌহদত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে অসম চৰকাৰক ৰন্ধন কৰ্মীৰ সকিয়নি । অচিৰেই তেওঁ লোকৰ ন্যায্য দাবী খিনি পুৰন নকৰিলে ৰন্ধন সকলৰ সৈতে তেওঁ লোকৰ পৰিয়ালেও লোকসভাৰ ভোট বৰ্জন কৰিব | Conclusion:লগতে গণতান্ত্ৰিক পদ্ধতিত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিব | চৰকাৰে ৰন্ধন কৰ্মী সহায়িকা সকলৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হব | আনহাতে নিৰ্বাচনী অধিসূচনাৰ মাজতো এই প্ৰতিবাদী কাৰ্যসূচীয়ে ব্যপক চৰ্চিত বিষয় হৈ পৰিছে সমগ্ৰ অঞ্চলটোতে |
Bite
1+2 ৰন্ধন কৰ্মী
3 সভাপতি, কৃষক মুক্তি ধুবুৰী জিলা |
বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলামৰ
ৰিপৰ্ট,
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.