ETV Bharat / business

কি আছে নতুন ফৰ্ম 16 ত ?

author img

By

Published : Apr 28, 2019, 11:47 PM IST

আয়কৰ আইন,1961 অনুসৰি নিয়োগকৰ্তা সকলৰ পক্ষে কৰ্মচাৰীক ফৰ্ম 16 যোগান ধৰাটো বাধ্যতামূলক ৷

কি আছে নতুন ফৰ্ম 16?

নিউজ ডেস্ক, 28 এপ্ৰিল: চেণ্ট্ৰেল বৰ্ড অৱ ডাইৰেক্ট টেক্সেচে 2018-19 বিত্তীয় বৰ্ষৰ 2019-20 বৰ্ষক ভিত্তি বৰ্ষ হিচাপে লৈ ফৰ্ম 16ত সালসলনি কৰিছে ৷ এই সিদ্ধান্ত চেণ্ট্ৰেল বৰ্ড অৱ ডাইৰেক্ট টেক্সেচে আয়কৰ জমা দিয়া ফৰ্ম আইটিআৰ 1 ৰ পৰা আইটিআৰ 7 ত সালসলনি কৰাৰ পিছত পৰিলক্ষিত হৈছে ৷ নতুন ফৰ্ম 16 খন মে 12 ,2019 ৰ পৰা প্ৰযোজ্য হ’ব অৰ্থাৎ নিয়োগকৰ্তা সকলে নতুন ফৰ্ম 16 খন কৰ্মচাৰী সকলক যাৱতীয় সালসলনি সমূহ কৰি দিব পাৰিব ৷ উল্লেখ্য যে, ফৰ্ম 16 জুন মাহৰ দ্বিতীয় অৰ্ধৰ পৰা দিয়া হয় ৷

  • কি হয় এই ফৰ্ম 16?

ফৰ্ম 16 হৈছে এক প্ৰমাণ পত্ৰ যাৰ দ্বাৰা নিয়োগকৰ্তা সকলে দৰমহাৰ পৰা কিমান ধন টিডিএচ হিচাপে কৰ্তন কৰি আয়কৰ বিভাগত জমা কৰিছে তাৰ বিষয়ে জানিব পাৰি ৷ ইয়াৰ উপৰিও ফৰ্ম 16 আয়কৰ জমা দিয়া(আইটিআৰ) দাখিল কৰিবলৈ এক জৰুৰী নথি ৷ আয়কৰ আইন,1961 অনুসৰি নিয়োগকৰ্তা সকলৰ পক্ষে কৰ্মচাৰীক ফৰ্ম 16 যোগান ধৰাটো বাধ্যতামূলক ৷

লগতে পঢ়ক: নিৰ্বাচনে প্ৰভাৱ পেলাই নেকি দেশৰ অৰ্থনীতিত? এখন সুস্থিৰ চৰকাৰৰ অপেক্ষাত বাণিজ্য ক্ষেত্ৰ

  • কি আছে এই ফৰ্ম 16ত?

ফৰ্ম 16ত খন দুটা ভাগত ভাগ কৰা হৈছে পাৰ্ট-এ আৰু পাৰ্ট-বি ৷ পাৰ্ট-এ ত নিয়োগকৰ্তাৰ নাম, ঠিকনা, আয়কৰ দাতাৰ পান নং আৰু নাম, পান আৰু কোম্পানীৰ আয়কৰৰ তথ্য আৰু অউ টি বিভাগত দাখিল কৰা টিডিএচ ৰ তথ্যৰ উল্লেখ থাকে ৷ পাৰ্ট-বি ত দৰমহাৰ বিতং তথ্য, তাৰ ভাঙনী, ভাট্টা তাৰ ভাঙনী আৰু আয়কৰ আইন,1961ৰ ধাৰা 80 অনুসৰি বিভিন্ন খণ্ডত কৰ্তন কৰা ধনৰ তথ্য থাকে ৷

  • কি কি সাল সলনি কৰা হৈছে ?

পূৰ্বৰ ফৰ্ম 16ত বিভিন্ন ভাট্টা সমূহ নিৰ্দিষ্ট শাখাত ভাগ কৰা হোৱা নাছিল ৷ নতুন ফৰ্ম 16ত বিভিন্ন ভাট্টা সমূহ ধাৰা 10 ৰ অধীনত বিভিন্ন উপ শাখাৰ অধীনত বিভক্ত থাকিব ৷ ইয়াৰ উপৰিও ধাৰা 80ৰ অধীনত 80(C) পৰা 80(U) লৈকে আয়কৰ দাতা সকলক ৰেহাই দিয়া হৈছে ৷

320-214-3123038-thumbnail-3x2-t.jpg
WHAT DOES ONE NEED TO KNOW ABOUT THE NEW FORM 16

কি আছে নতুন ফৰ্ম 16?

নিউজ ডেস্ক, 28 এপ্ৰিল: চেণ্ট্ৰেল বৰ্ড অৱ ডাইৰেক্ট টেক্সেচে 2018-19 বিত্তীয় বৰ্ষৰ 2019-20 বৰ্ষক ভিত্তি বৰ্ষ হিচাপে লৈ ফৰ্ম 16ত সাল সলনি কৰিছে ৷ এই সিদ্ধান্ত চেণ্ট্ৰেল বৰ্ড অৱ ডাইৰেক্ট টেক্সেচে আয়কৰ জমা দিয়া ফৰ্ম আইটিআৰ 1 ৰ পৰা আইটিআৰ 7 ত সাল সলনি কৰাৰ পিছত পৰিলক্ষিত হৈছে ৷ নতুন ফৰ্ম 16 খন মে 12 2019ৰ পৰা প্ৰযুজ্য হ’ব অৰ্থাৎ নিয়োগকৰ্তা সকলে নতুন ফৰ্ম 16 খন কৰ্মচাৰী সকলক জাবতীয় সাল সলনি সমূহ কৰি দিব পাৰিব ৷ উল্লেখ্য যে ফৰ্ম 16 জুন মাহৰ দ্বিতীয় অৰ্ধৰ পৰা দিয়া হয় ৷ 

কি হয় এই ফৰ্ম 16?   

ফৰ্ম 16 হৈছে এক প্ৰমাণ পত্ৰ যাৰ দ্বাৰা নিয়োগকৰ্তা সকলে দৰমহাৰ পৰা কিমান ধন টিডিএচ হিচাপে কৰ্তন কৰি আয়কৰ বিভাগত জমা কৰিছে তাৰ বিষয়ে জানিব পাৰি ৷ ইয়াৰ উপৰিও ফৰ্ম 16 আয়কৰ জমা দিয়া(আইটিআৰ) দাখিল কৰিবলৈ এক জৰুৰি নথি ৷ আয়কৰ আইন,1961, অনুসৰি নিয়োগকৰ্তা সকলৰ পক্ষে কৰ্মচাৰীক ফৰ্ম 16 যুগান ধৰাটো বাধ্যতা মূলক ৷

কি আছে এই ফৰ্ম 16ত?

ফৰ্ম 16ত খন দুটা ভাগত ভাগ কৰা হৈছে পাৰ্ট-এ আৰু পাৰ্ট-বি ৷ পাৰ্ট-এ ত নিয়োগকৰ্তাৰ নাম, ঠিকনা, আয়কৰ দাতাৰ পান নং আৰু নাম, পান আৰু কোম্পানিৰ আয়কৰৰ তথ্য আৰু অউ টি বিভাগত দাখিল কৰা টিডিএচ ৰ তথ্যৰ ইল্লেখ থাকে ৷ পাৰ্ট-বি ত দৰমহাৰ বিতং তথ্য, তাৰ ভাঙনী, ভাট্টা তাৰ ভাঙনী আৰু আয়কৰ আইন,1961ৰ ধাৰা 80 অনুসৰি বিভিন্ন খণ্ডত কৰ্তণ কৰা ধনৰ তথ্য থাকে ৷ 

কি কি সাল সলনি কৰা হৈছে ?

পূৰ্বৰ ফৰ্ম 16ত বিভিন্ন ভাট্টা সমূহ নিৰ্দাষ্ট শাখাত ভাগ কৰা হোৱা নাছিল ৷ নতুন ফৰ্ম 16ত বিভিন্ন ভাট্টা সমূহ ধাৰৈ 10ৰ অধীনত বিভিন্ন উপ শাখাৰ অধীনত বিভক্ত থাকিব ৷ ইয়াৰ উপৰিও ধাৰা 80ৰ অধীনত 80(C) পৰা 80(U)  লৈকে আয়কৰ দাতা সকলক ৰেহাই দিয়া হৈছে ৷ 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.