ETV Bharat / business

অনলাইন ধনৰ লেনদেনৰ ক্ষেত্ৰত গ্ৰাহকলৈ ৰেহাই

বেংকসমূহৰ একাউণ্টৰ অনলাইন ধনৰ ট্ৰান্সফাৰৰ বাবে আছে দুটা পদ্ধতি৷ এটা হ'ল নেশ্বনেল ইলেকট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ( NEFT) আৰু আনটো ৰিয়েল টাইম গ্ৰছ চেটলমেন্ট (RTGS )৷ বৰ্তমানলৈ থকা নিয়ম অনুসৰি এই দুই পদ্ধতিতে অনলাইন ধনৰ লেনদেনৰ বাবে গ্ৰাহকে ভৰিব লাগিছিল শুল্ক ৷

RBI
author img

By

Published : Jun 12, 2019, 8:13 AM IST

নতুন দিল্লী,12 জুন :গ্ৰাহকক সকাহ দিয়াৰ অৰ্থে আৰু ডিজিটেল লেনদেনৰ ব্যৱস্থাক অধিক মাত্ৰাত ব্যৱহৃত কৰিবলৈ ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰিছে নতুন নীতি ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি বেংক একাউণ্টৰ ধনৰ অনলাইন লেনদেনৰ বাবে জুলাইৰ 1 তাৰিখৰ পৰা গ্ৰাহকে ভৰিব নালাগে শুল্ক ৷

বেংকসমূহৰ একাউণ্টৰ অনলাইন ধনৰ ট্ৰান্সফাৰৰ বাবে আছে দুটা পদ্ধতি৷ এটা হ'ল নেশ্বনেল ইলেকট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ( NEFT) আৰু আনটো ৰিয়েল টাইম গ্ৰছ চেটলমেন্ট (RTGS )৷ বৰ্তমানলৈ থকা নিয়ম অনুসৰি এই দুই পদ্ধতিতে অনলাইন ধনৰ লেনদেনৰ বাবে গ্ৰাহকে ভৰিব লাগিছিল শুল্ক ৷ৰিজাৰ্ভ বেংকে মুদ্ৰা নীতি কমিটীৰ এক বৈঠকৰ অন্তত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি নিয়ামক নীতি অনুসৰি বেংক সমূহক অনলাইন ধনৰ লেনদেনৰ ক্ষেত্ৰত শুল্ক পৰিহাৰ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ চলিত বৰ্ষৰ এক জুলাইৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশনা ৷

No Charge for RTGS , NEFT transactions from July
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.