ETV Bharat / business

আহি আছে "হুণ্ডাই ভ্যেনু" - golaghat

ৰঙাজানৰ কৃষ্ণা হুণ্ডাইত মুকলি বিলাসী বাহন "হুণ্ডাই ভ্যেনু" ৷ শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বাহনখন ৷ অতিশীঘ্ৰে বজাৰলৈ আহিব বাহনখনৰ ৷

আহি আছে "হুণ্ডাই ভ্যেনু"
author img

By

Published : May 25, 2019, 11:21 PM IST

গোলাঘাট, 25 মে' : গোলাঘাটৰ ৰঙাজানত অৱস্থিত কৃষ্ণা হুণ্ডাইত মুকলি নতুন বিলাসী বাহন"হুণ্ডাই ভ্যেনু" ৷ শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বাহনখনৰ । অতিশীঘ্ৰে বজাৰলৈ আহিবলগীয়া এই বিলাসী বাহনখনৰ আৰ্হি বাহনৰ আনুষ্ঠানিকমুকলি কৰে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ৰোহিত গগৈয়ে । বিলাসী বাহনখনৰ বজাৰখন এই ভ্যেনু বাহনে দখল কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে ৰোহিত গগৈয়ে ৷

আহি আছে "হুণ্ডাই ভ্যেনু"

ইপিনে এই অনুষ্ঠানত কৃষ্ণা হুণ্ডাইৰ যোৰহাট আৰু বোকাখাতৰ পৰিচালক জাহ্নু বৰবৰা ,বিষয়া অৰুণ জ্যোতি কাকতি, প্ৰতাপ দল আদিৰ লগতে বহু কেইগৰাকী গ্ৰাহক উপস্থিত থাকে ।

Golaghat 25.05.2019
slug : as_glt_new luxury car open_vis_byte_7205572
O.C. : গোলাঘাটৰ ৰঙাজানত অৱস্থিত কৃষ্ণা হুণ্ডাইৰ নতুন বিলাসী গাড়ী "হুণ্ডাই ভ্যেনু" আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কম দিনৰ ভিতৰত বজাৰলৈ আহিব লগা এই বিলাসী গাড়ী খনৰ আৰ্হি গাড়ী গোলাঘাটত আজি আনুষ্ঠানিকভাৱে মুকলি কৰে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ৰোহিত গগৈয়ে। গাড়ীখন আনুষ্ঠানিকভাৱে মুকলি কৰি ৰোহিত গগৈয়ে কয় বৰ্তমান প্ৰতিযোগিতামূলক বিলাসী গাড়ীৰ বজাৰখন দখল কৰিবলৈ সক্ষম হব ভ্যেনুয়ে। এই অনুষ্ঠানত কৃষ্ণা হুণ্ডাইৰ যোৰহাট আৰু বোকাখাতৰ পৰিচালক জাহ্নু বৰবৰা ,বিষয়া অৰুণ জ্যোতি কাকতি, প্ৰতাপ দল আদিৰ লগতে বহু কেইগৰাকী গ্ৰাহক উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে । এই কাৰ্যসূচীত গোলাঘাটৰ সাংবাদিক গীৰিণ বৰা, দিগন্ত চাহু, মালবিকা বৰা, ইউনুছ আলি আদিয়েও অংশ লয়। পৰিচালক জাহ্নু বৰবৰাই হুণ্ডাই ভ্যেনু বজাৰ দখল কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে।
Byte 1: জাহ্নু বৰবৰা।
Byte 2: অৰুণজ্যোতি কাকতি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by mojo.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.